প্ৰশান্ত কুমাৰ দাস
এগৰাকী অসমীয়া গল্পকাৰ
প্ৰশান্ত কুমাৰ দাস (ইংৰাজী: Prasanta Kumar Das) এগৰাকী অসমীয়া গল্পকাৰ। ছাত্ৰাৱস্থাতে প্ৰান্তিক আলোচনীৰ পাতত তেওঁ গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল।
প্ৰশান্ত কুমাৰ দাস | |
---|---|
জন্ম | বৰপেটা, অসম |
পেচা | সাহিত্যিক, সম্পাদক, সাংবাদিক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
উল্লেখযোগ্য বঁটা | দৈনিক অসম সাহিত্য বঁটা অসম সাহিত্য সভাৰ 'সভাপতিৰ বিশেষ বাছনি সন্মান' |
সাহিত্যকৃতি
সম্পাদনা কৰক- গল্প সংকলন
- এটা শদিয়াৰ গল্প আনটো পৃথিৱীৰ (১৯৯৭)
- অ'থেলো, এপ্ৰিল ৯৯ (১৯৯৯, অভিনেতা-লেখক তপন দাসৰ সৈতে যুটীয়াভাৱে)
- কাহিনী এটাৰ কাহিনী (২০০৪)
- দ্য ডাউন টাউন (২০০৬)
- গল্পবোৰ (২০১৪)
- মৃন্ময়ী ভেনাছ (২০১৯)
- স্বনিৰ্বাচিত গল্প (২০২২)
- উপন্যাস
- নীল তমালৰ ৰ’দ
- অনুবাদ
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক
সাংবাদিকতা
সম্পাদনা কৰকপ্ৰশান্ত কুমাৰ দাস সাদিন কাকতৰ সহকাৰী সম্পাদক আছিল। বৰ্তমান তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ সহকাৰী সম্পাদক ৰূপে কাৰ্যবিৰ্বাহ কৰি আছে।