প্ৰাৰ্থনা শইকীয়া

একাধাৰে গল্পকাৰ, ওপন্যাসিক আৰু গৱেষক৷ বৰ্তমান গুৱাহাটী আই আই টিত গৱেষণাৰত৷

প্ৰাৰ্থনা শইকীয়া একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু গৱেষক৷ বৰ্তমান গুৱাহাটী আই আই টিত গৱেষণাৰত৷[1]

জন্ম ১৯৮৫
পেচা ঔপন্যাসিক,গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
ধৰণ অসমীয়া সাহিত্য
বিষয় উপন্যাস, গল্প

প্ৰকাশিত গ্ৰন্থ

সম্পাদনা কৰক
  • যাত্ৰা এনেকৈয়ে, ২০০৮, গল্প সংকলন[1]
  • প্লেটফৰ্মত এতিয়া কোনো নাই, উপন্যাস
  • জঁটাধাৰী, উপন্যাস
  • ফাৰাও,উপন্যাস

বঁটা আৰু সন্মান

সম্পাদনা কৰক
  • চন্দ্ৰপ্ৰসাদ শইকীয়া সোঁৱৰণী গল্প প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা, ২০০৬
  • কথা বৈভৱ বঁটা, ২০০৯
  • সাহিত্য একাডেমি যুৱ বঁটা, ২০১৬, জঁটাধাৰী উপন্যাসৰ বাবে[1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 প্ৰকাশ, জুলাই, ২০১৮, পৃষ্ঠা-১৩৪