প্ৰিয় সখী

অসমীয়া ভাষাৰ মাহেকীয়া আলোচনী

প্ৰিয় সখী (ইংৰাজী: Priyo Sakhi) মহিলাসকলৰ উদ্দেশ্যে প্ৰকাশিত[1] অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান গুৱাহাটীৰপৰা প্ৰকাশিত আলোচনীখনৰ মুখ্য সম্পাদক শশী ফুকন।[1] ২০১৩ চনৰ জানুৱাৰীত আলোচনীখনে চতুৰ্দশ বছৰত ভৰি দিয়ে। মহিলাসকলৰ বিনোদন, স্বাস্থ্য, আইন, পৰ্যটন, ফেশ্বন আদি বিভিন্ন বিষয় ই সামৰি লয়। ইয়াৰ লগতে ধাৰাবাহিক উপন্যাস, গল্প, কবিতা, সখীৰ আখল, কিনো লয়লাসে আদি বিভিন্ন নিয়মীয়া লেখা আৰু শিতান ইয়াত দেখা যায়।

প্ৰিয় সখী
সম্পাদক শশী ফুকন
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক বিস্ময় প্ৰকাশন
দেশ ভাৰতভাৰত অসম
ভাষা অসমীয়া

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 প্ৰিয় সখী, ফেব্ৰুৱাৰী ২০১৩, পৃ. ১০

বাহ্যিক সংযোগ সম্পাদনা কৰক