ফকিৰগঞ্জ ভাৰতঅসম ৰাজ্যৰ ধুবুৰী জিলাদক্ষিণ শালমাৰা সমষ্টিৰ এখন গাওঁ। ই জিলা সদৰ ধুবুৰীৰ পৰা পূৱফালে ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। দক্ষিণ শালমাৰাৰ পৰা ১১ কিলোমিটাৰ উত্তৰত। ৰাজ্যিক ৰাজধানী দিছপুৰৰ পৰা ১৯৬ কিলোমিটাৰ দূৰৈত অৱস্থিত।[1]

ফকিৰগঞ্জ
—  গাঁও  —
ফকিৰগঞ্জ is located in Assam
ফকিৰগঞ্জ
অসমৰ মানচিত্ৰত ফকিৰগঞ্জৰ অৱস্থান
ভৌগোলিক স্থানাংক: 25°57′17″N 90°04′18″E / 25.9547902°N 90.071676°E / 25.9547902; 90.071676
দেশ  ভাৰত
আসন দক্ষিণ শালমাৰা
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-AS-DB

ইতিহাস সম্পাদনা কৰক

বৰ্তমান ফকিৰগঞ্জ বুলি যিখন ঠাই সকলোৱে চিনি পায় সেয়া আচলতে সুন্দৰপাৰা। পুৰনি যি ফকিৰগঞ্জ আছিল সেয়া ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত ভাঙি যায়। পুৰ্বত বামুণিপাৰা আৰু বলদমাৰাৰ ওচৰতে আছিল ফকিৰগঞ্জ।

শিক্ষানুষ্ঠান সম্পাদনা কৰক

হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়

  • মৌলানা ভাষাণি মহাবিদ্যালয়
  • হামিদাবাদ এম ই মাদ্ৰাছা
  • ফকিৰগঞ্জ এম ভি স্কুল
  • ফকিৰগঞ্জ ছোৱালী হাই স্কুল।
  • অন্বেষা শিক্ষা নিকেতন
  • ফকিৰগঞ্জ আঞ্চলিক ৰয়াল ইনষ্টিউট
  • শংকৰ আজান জাতীয় বিদ্যালয়
  • অৰিআচ ইংলিচ একাডেমি

স্বাথ কেন্দ্ৰ সম্পাদনা কৰক

  • ফকিৰগঞ্জ মডেল হস্পিতাল
  • বলদমাৰা পিএইচচি
  • ঘাগমাৰি পশু চিকিৎসালয়

আৰক্ষী চকী সম্পাদনা কৰক

  • ফকিৰগঞ্জ আৰক্ষী চকী

ডাক আৰু কুৰিয়াৰ সম্পাদনা কৰক

  • ফকিৰগঞ্জ ছাব পোষ্ট অফিচ
  • ই-কাৰ্ট কুৰিয়াৰ চাৰ্ভিচ

অন্যান্য গাওঁ আৰু সমষ্টি সম্পাদনা কৰক

গোশাইডুবি তিনডুবি (৪ কি.মি.), বিৰশিং (৬ কি.মি.), বাউশকাটা (৭ কি.মি.), তাঙ্গাঝাৰ (৮ কি.মি.), বালাডোবা (১০ কি.মি.) হৈছে ফকিৰগঞ্জৰ ওচৰৰ গাওঁ। ফকিৰগঞ্জৰ পূবফালে হাতিধুৰা জিলাপৰিষদ, দক্ষিণৰ ফালে দক্ষিণ শালমাৰা জিলাপৰিষদ, পশ্চিমফালে ধুবুৰী জিলাপৰিষদ, উত্তৰফালে বিৰশিংজাৰুৱা জিলাপৰিষদ দ্বাৰা পৰিবেষ্টিত হৈ আছে।[1][2]

ওচৰৰ নগৰ সম্পাদনা কৰক

ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা, তুৰা চহৰৰ ওচৰত ফকিৰগঞ্জ আছে।

ফকিৰগঞ্জৰ জনসাংখ্যিক সম্পাদনা কৰক

ভাষা সম্পাদনা কৰক

যদিও এই ঠাইখনৰ স্থানীয় ভাষা অসমীয়া কিন্তু বেছি সময়ত বঙালী ভাষা ব্যৱহাৰ কৰে।

ফকিৰগঞ্জৰ ওচৰত ভোটকেন্দ্ৰ/বুথ সম্পাদনা কৰক

  • ছটো পাটাকাটা এম.ই. স্কুল
  • ডিমাতোলা পাৰ্ট-২ এল.পি. স্কুল
  • গুৰগুৰিপাৰা এল.পি. স্কুল (সোঁ)
  • হামিদাবাদ এইচ.এছ.স্কুল (উত্তৰ বাওঁফালে)
  • হামিদাবাদ এইচ.এছ.স্কুল (উত্তৰ সোঁফালে)

যাতায়াত সম্পাদনা কৰক

ৰেলপথ সম্পাদনা কৰক

ফকিৰগঞ্জৰ ওচৰত ১০ কিলোমিটাৰতকৈ কম দূৰৰ ভিতৰত কোনো ৰেলষ্টেচন নাই। ইয়াৰ একমাত্ৰ ওচৰৰ ৰেল ষ্টেচন হ’ল ধুবুৰী ৰেল ষ্টেচন

বিমানপথ সম্পাদনা কৰক

ৰূপসী ইয়াৰে একমাত্ৰ বিমান বন্দৰ।

তথ্যসূত্ৰ সম্পাদনা কৰক