বতাহত ক’ৰ গধূলি গোপাল
বতাহত ক’ৰ গধূলি গোপাল হীৰেন গোহাঁইৰ প্ৰথম প্ৰকাশিত আত্মজীৱনী।[1][2] হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ প্ৰথম খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনত। গ্ৰন্থখনত মুঠ ২৯টা অধ্যায় আছে। গ্ৰন্থখনৰ তৃতীয় সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-৩৭৬। আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী, সপোনৰ দিকচৌ বনত, আৰু ইমান তিতা সাগৰৰ পানী।
বতাহত ক’ৰ গধূলি গোপাল | |
---|---|
লেখক | হীৰেন গোহাঁই |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | আত্মজীৱনী |
প্ৰকাশ | ২০০৫ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Dr. Hiren Gohain. Botahot Kor Godhuli Gopal. Banalata Prakashan. https://www.scientiabooks.in/product/sci2381-botahot-kor-godhuli-gopal/.
- ↑ Dr. Hiren Gohain. Botahot Kor Godhuli Gopal. Banalata Prakashan. Archived from the original on 2019-08-14. https://web.archive.org/web/20190814170222/https://banalata.in/home/72-botahot-kor-godhuli-gopal.html। আহৰণ কৰা হৈছে: 2019-08-14.