হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী
হীৰেন গোহাঁইৰ এখন আত্মজীৱনী
হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী হীৰেন গোহাঁইৰ এখন আত্মজীৱনী।[1] হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ দ্বিতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৭ চনত। গ্ৰন্থখনত মুঠ ৩০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২২৪।[2] আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: বতাহত ক’ৰ গধূলি গোপাল, সপোনৰ দিকচৌ বনত, আৰু ইমান তিতা সাগৰৰ পানী।
হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী | |
---|---|
লেখক | হীৰেন গোহাঁই |
প্ৰচ্ছদ শিল্পী | মনজিৎ ৰাজখোৱা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | আত্মজীৱনী |
প্ৰকাশক | বনলতা |
প্ৰকাশ | নৱেম্বৰ,২০০৭ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ২২৪ |
আই.এচ.বি.এন. | 978-81-7339-402-7 |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম". বিকাশপেডিয়া. http://as.vikaspedia.in/education/childrens-corner/9959c198799c-9ae99e9cd99a/9859b89ae9c09be-9ad9be9b79be-9b89be9b99bf9a49cd9af9f0-9aa9cd9f09a59ae। আহৰণ কৰা হৈছে: ১৪ আগষ্ট ২০১৯.
- ↑ হেঙুল আকাশ, কʼলা চাইকেল, এজন আৰোহী-ড° হীৰেন গোহাঁই; দ্বিতীয় পৰিৱৰ্ধিত প্ৰকাশ: জুন,২০০৮ চন