{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Chrysophyllum|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

বনপিঠা (বৈজ্ঞানিক নাম: Chrysophyllum roxburghii) প্ৰাকৃতিকভাৱে হোৱা এবিধ চিৰসেউজীয়া উদ্ভিদ। ই পৃথিৱীৰ বিভিন্ন ঠাইত উপলব্ধ। সাধাৰণতে সমতলভূমিত নাতিশীতোষ্ণ জলবায়ুত বৃদ্ধি হোৱা এই উদ্ভিদ মাদাগাস্কাৰ, ভাৰত, শ্ৰীলংকা, থাইলেণ্ড, কম্বোডিয়া, লাওচ, ভিয়েটনাম, মালয়েছিয়া, ব্ৰুনেই ইণ্ডোনেছিয়া, ফিলিপাইনচ, পাপুৱা নিউগিনি, চ’ল’মন আইলেণ্ড আৰু কুইন্সলেণ্ড আদিত পোৱা যায়।[2]

বনপিঠা
ফল
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Chrysophyllum
প্ৰজাতি: C. roxburghii
দ্বৈৰাশিক নামকৰণ
Chrysophyllum roxburghii
G.Don
সমাৰ্থক[1]
তালিকা
  • Chrysophyllum bancanum Miq.
  • Chrysophyllum dioicum Koord. & Valeton
  • Chrysophyllum javanicum Steud.
  • Chrysophyllum pentagonum Hance
  • Chrysophyllum sumatranum Miq.
  • Donella lanceolata (Blume) Aubrév.
  • Donella roxburghii (G.Don) Pierre ex Lecomte
  • Lucuma lanceolata (Blume) Zipp.
  • Nycterisition lanceolatum Blume

বিৱৰণ সম্পাদনা কৰক

বনপিঠা গছজোপা প্ৰায় ২৫/৩০ মিটাৰ ওখ হয়। গা-গছ বা ডালবোৰৰ বাকলিৰ ৰং ছাইৰ দৰে। বনপিঠাৰ পাত সৰল, প্ৰায় ৭-৮ ছেণ্টিমিটাৰ দীঘল আৰু ৩-৩.৫ ছেণ্টিমিটাৰ বহল হয়। অসমত জুন-জুলাই মাহত ফুলধৰা গছবিধৰ ফল জানুৱাৰী-ফেব্ৰুৱাৰীত পকে। ফুলবোৰ বকুল ফুলৰ দৰে সৰু সৰু। কেঁচাতে সেউজীয়া বৰণৰ আৰু পকিলে হালধীয়া হোৱা ফলবোৰৰ আকৃতি গোলাকাৰ ৫-৬ ছেণ্টিমিটাৰ ব্যাসৰ। ফলবোৰ মঙহাল। এটা বনপিঠাৰ ফলত পাঁচটা বীজ থাকে আৰু আঠাযুক্ত কোমল বালীয়া অংশই আৱৰি ৰাখে।[3]

খাদ্যপ্ৰাণ সম্পাদনা কৰক

পকা বনপিঠা খাবলৈ মিঠা সোৱাদযুক্ত। ১০০ গ্ৰাম বনপিঠাৰ খাবলগীয়া অংশত ৫৬.৩ মিলিগ্ৰাম কেলছিয়াম, ৪৬.৮ মিলিগ্ৰাম ফছফৰাছ আৰু ৩ মিলিগ্ৰাম লো পোৱা যায়।[3]

উপকাৰিতা সম্পাদনা কৰক

বনপিঠাৰ ফল খালে শৰীৰৰ স্নায়ু সবল হয়। দাঁত আৰু হাড়ৰ গঠন মজবুত হয়। দৃষ্টিশক্তি আৰু স্মৃতিশক্তি বৃদ্ধিত সহায়ক হয়।[3] লুপ্তপ্ৰায় এই ফলবিধ কফজনিত সমস্যাৰ বাবেও অতি উপকাৰী।[4]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. "Chrysophyllum roxburghii". The Plant List. Archived from the original on 2 October 2013. https://web.archive.org/web/20131002171519/http://www.theplantlist.org/tpl/record/kew-40271। আহৰণ কৰা হৈছে: 26 September 2013. 
  2. "Donella lanceolata". Centre for Australian National Biodiversity Research (CANBR), Australian GovernmentAustralian Tropical Rainforest Plants (RFK8). 2020. https://apps.lucidcentral.org/rainforest/text/entities/Donella_lanceolata.htm। আহৰণ কৰা হৈছে: 1 June 2021. 
  3. 3.0 3.1 3.2 গগৈ, সুনীল (১-১৫ মাৰ্চ ২০১৩). "বিলুপ্তিৰ পথত বনপিঠা". প্ৰান্তিক. 
  4. আয়ুষ সঞ্চালকালয় (২০১৮). সুস্বাস্থ্যৰ আধাৰ. অসম চৰকাৰ. পৃষ্ঠা. ৫০.