বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়


বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয় (ইংৰাজী: Baosi Banikanta Kakati College) বা চমুকৈ বি.বি.কে. কলেজ বৰপেটা জিলাৰ নগাঁওস্থিত এখন মহাবিদ্যালয়। ই অসমৰ আগশাৰীৰ মহাবিদ্যালয়সমূহৰ ভিতৰত উল্লেখযোগ্য। ইং ১৯৭১ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনে শৈক্ষিক দিশত বহুতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

কৃতিত্ব সম্পাদনা কৰক

এইখন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত কলা শাখাৰ পৰীক্ষাত ২০১০ চনত গীতিকা তালুকদাৰে ১ম আৰু ২০১২ চনত কংকনা তালুকদাৰে ৯ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক