বাহৰেইন
পশ্চিম এছিয়াৰ দেশ
বাহৰেইন (i/bɑːˈreɪn/; আৰবী: البحرين al-Baḥrayn), চৰকাৰী ভাৱে কিংডম অৱ বাহৰেইন (আৰবী: مملكة البحرين Mamlakat al-Baḥrayn), পাৰ্ছিয়ান গল্ফৰ পশ্চিম উপকূলৰ কাষত অৱস্থিত এখন সৰু দ্বীপ-ৰাষ্ট্ৰ। ২০১০ চনত ৬,৬৬,১৭২ জন অ-দেশীয় লোকৰ সৈতে বাহৰেইন মুঠ জনসংখ্যা আছিল ১২,৩৪,৫৭১ জন।[5]
বাহৰেইন সাম্ৰাজ্য مملكة البحرين মামলাকাট আল-বাহৰেইন |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত বাহৰেইননা আমাৰ বাহৰেইন |
||||||
মধ্য পূৱত (ধূসৰ) বাহৰেইনৰ (সেউজীয়া) অৱস্থান।
|
||||||
ৰাজধানী | মানামা 26°13′N 50°35′E / 26.217°N 50.583°E | |||||
বৃহত্তম নগৰ | ৰাজধানী | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰবিক | |||||
জনগোষ্ঠীসমূহ (2010) |
|
|||||
জাতীয়তাসূচক বিশেষণ | বাহৰেইনি | |||||
চৰকাৰ | Unitary parliamentary constitutional monarchy | |||||
- | King | Hamad bin Isa Al Khalifa | ||||
- | Crown Prince | Salman bin Hamad bin Isa Al Khalifa | ||||
- | Prime Minister | Khalifa bin Salman Al Khalifa | ||||
Independence | ||||||
- | Declared Independence[1] | 14 August 1971 | ||||
- | from UK[2] | 15 August 1971 | ||||
মাটিকালি | ||||||
- | মুঠ | ৭৬৫ বৰ্গ কিমি (187th) ২৯৫.৩৭ বৰ্গ মাইল |
||||
- | জলভাগ (%) | negligible | ||||
জনসংখ্যা | ||||||
- | 2014 আনুমানিক | ১৩,৪৩,০০০'"`UNIQ--ref-০০০০০০০২-QINU`"' (১৫৫th) | ||||
- | ২০১০ লোকপিয়ল | ১২,৩৪,৫৭১ | ||||
জিডিপি (পিপিপি) | 2013 আনুমানিক | |||||
- | মুঠ | $33.535 billion[4] (98th) | ||||
- | জনমুৰি | $28,559[4] (12th) | ||||
জিডিপি (নামমাত্ৰ) | 2013 আনুমানিক | |||||
- | মুঠ | $28.728 billion[4] (93rd) | ||||
- | জনমুৰি | $24,465[4] (28th) | ||||
মানৱ উন্নয়ন সূচক (2013) | 0.815 (44th) | |||||
মুদ্ৰা | বাহৰেইনি ডিনাৰ (BHD ) |
|||||
সময় অঞ্চল | AST (ইউটিচি+3) | |||||
গাড়ী চলোৱা হয় | সোঁহাত | |||||
ইণ্টাৰনেট টিএলডি | .bh | |||||
কলিং ক'ড | +৯৭৩ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Bahrain ends special pact". The Straits Times. 15 August 1971. http://eresources.nlb.gov.sg/newspapers/Digitised/Article/straitstimes19710815-1.2.11.aspx.
- ↑ "Bahrain- Cia World FactBook". Archived from the original on 2016-01-24. https://web.archive.org/web/20160124223501/http://www.umsl.edu/services/govdocs/wofact2006/geos/ba.html। আহৰণ কৰা হৈছে: 2015-03-04.
- ↑ http://www.ifs.du.edu/ifs/frm_CountryProfile.aspx?Country=BH
- ↑ 4.0 4.1 4.2 4.3 "Bahrain". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2012/01/weodata/weorept.aspx?sy=2009&ey=2015&scsm=1&ssd=1&sort=country&ds=.&br=1&c=419&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=86&pr.y=0। আহৰণ কৰা হৈছে: 9 October 2014.
- ↑ "General Tables". Bahraini Census 2010. Archived from the original on 22 July 2018. https://web.archive.org/web/20180722041338/http://www.census2010.gov.bh/results_en.php। আহৰণ কৰা হৈছে: 3 March 2012.