WikiProject ৱিকিপ্ৰকল্প অসম
WikiProject iconএই প্ৰবন্ধ WikiProject ৱিকিপ্ৰকল্প অসমৰ অন্তৰ্গত, যি অসমীয়া ৱিকিপিডিয়াত ৱিকিপ্ৰকল্প অসম articles বিষয়ক সমলৰ সৃষ্টি আৰু মান বৃদ্ধিৰ বাবে সৃষ্ট। যদি আপুনি এই প্ৰকল্পত কাম কৰি অসমীয়া ৱিকিপিডিয়াক সহায় কৰিব বিচাৰে, তেন্তে আলোচনা পৃষ্ঠালৈ গৈ অপূৰ্ণ প্ৰবন্ধ বা আন কৰ্মৰ তালিকা চাব পাৰে।
 


Question about geographical names সম্পাদনা কৰক

Can anyone translate to Assamese geographical names listed below? Aotearoa ১২:৫৫, ৮ আগষ্ট ২০০৯ (UTC)

  • Brahmaputra Plain
  • Assam Hills
  • Indian Peninsula
  • Deccan Plateau

Assamese translation will be

  • Brahmaputra Plain = ব্ৰহ্মপুত্ৰ উপত্যকা (bhrohomoputro upotyokaa)
  • Assam Hills = অসম পাহাৰ (oxom paahaar,(no proper pronunciation letter in English for স্))
  • Indian Peninsula = ভাৰতীয় উপদ্বীপ (bhaaroteeyo upodbip)
  • Deccan Plateau = দক্ষিণাত্য মালভূমি (dokshinaatyo maalobhoomi)

Vkborah ১৯:১৯, ৮ আগষ্ট ২০০৯ (UTC)

Thank you. Aotearoa ২০:২০, ৯ আগষ্ট ২০০৯ (UTC)


Please contact me. Do not edit Assamese articles with wrong matra placement.

gahori ১৯:২৪, ২৩ নভেম্বৰ ২০১০ (UTC)

অসম বুৰঞ্জী অনুচ্ছেদটো দীঘলীয়া হৈছে। অলপ চুটি কৰি কথাবোৰ মূল প্ৰবন্ধলৈ তুলি নিয়া ভাল হ'ব। লাহে ধীৰে কৰিম বাৰু। Gitartha.bordoloi 07:44, 7 অক্টোবৰ 2011 (UTC)

ঠিক আছে তুমি যি ভাল দেখা কৰিবা৷ মই একেবাৰে মূল কথাকেইটাহে একাদিকক্ৰমে দিছিলোঁ... চুটি কৰিব পাৰিলে কৰিবা৷ লগতে ভাষা শিতানৰ সাঁচ:Pie chart, আৰু সাঁচ:Wide image দুটা ঠিক কৰি দিব লাগিছিল৷ মই এতিয়াও সাঁচবিলাক ঠিক কৰিব পৰা নাই৷ অলপ ভালদৰে শিকিব লাগিব৷ বাকীখিনি লিখিবৰ চেষ্টা এটা কৰিছোঁ৷

Anjal Borah 08:50, 7 অক্টোবৰ 2011 (UTC)


ভৌগোলিক অৱস্থিতি সম্পাদনা কৰক

ভৌগোলিক অৱস্থিতিৰ কথাখিনি তথ্য সহকাৰে কোনোবাই লিখিব পাৰিবনে? মোৰ বাবে টান হৈছে৷

Anjal Borah 04:56, 12 অক্টোবৰ 2011 (UTC)

নতুন নামকৰণ সম্পাদনা কৰক

চৰকাৰী ভাবে AXOM বা ASOM কেতিয়াও গৃহীত হোৱা নাই (যদিও চেষ্টা চলিছিল) গতিকে

""বৰ্তমান অসম বানাটো ইংৰাজীত AXOM বা ASOM বুলি লিখা হয় যদিও Assam বানানটোও প্ৰচলিত৷""

এইবুলি লিখাটো প্ৰয়োজনীয়নে? দীপাংকৰ চেতিয়া 18:54, 21 জানুৱাৰী 2012 (UTC)

এই টেগটো কিয় দিয়া হৈছে, সেইটো প্ৰবন্ধটো পঢ়িলেই বুজি পাব| অসমীয়া ৱিকিপিডিয়াত অসমৰ বিষয়ে যদি ভালদৰে নাথাকে সেইটো বাৰু লাজত কথা নহয়নে? প্ৰ্ন্বন্ধৰ শেষৰফালে উন্নয়নৰ বহুতো থল আছে| তথ্যসূত্ৰ সমূহৰো পৰিস্কাৰৰ আৱশ্যকতা আছে| জনগাঁথনি বিভাগটোও পৰিস্কাৰ কৰিব লাগে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:03, 18 মাৰ্চ 2012 (UTC)

এই প্ৰবন্ধটো অহামাহত ধৰিম। এতিয়া বুৰঞ্জীৰ কথাহে বেছি হৈ আছে। মই সিফালে অসম বুৰঞ্জীটো শেষ কৰিলেই এইটো প্ৰবন্ধৰ বুৰঞ্জীখিনি চুটি কৰিম। বাকী অনুচ্ছেদবোৰৰো কাম বাকী আছে। -- গীতাৰ্থ বৰদলৈ (talk) 18:07, 18 মাৰ্চ 2012 (UTC)
ভাল| এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰবন্ধৰূপে গঢি তোলাত সহায় কৰিবা| ময়ো যিমান পাৰো চেষ্ঠা কৰিম| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:12, 18 মাৰ্চ 2012 (UTC)
"অসম" পৃষ্ঠালৈ উভতি যাওক।