বাৰ্তা:অসমত হোৱা ভূমিকম্প (১৯৪৭)
এই পৃষ্ঠাখন অসমত হোৱা ভূমিকম্প (১৯৪৭)-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
"১৯৪৭ অসম ভূমিকম্প" নামটো খাপ নাইখোৱা যেন লাগিছে| বিষ্ণু শইকীয়া⇒✉ 18:59, 20 ডিচেম্বৰ 2012 (UTC)
- এইখন ৱিকিৰ নিচিনাকৈ অসম ভূমিকম্প (১৯৪৭) আৰু এইখনৰ দৰে অসমত হোৱা ভূমিকম্প (১৯৪৭) দিলে ভাল হ'ব যেন লাগিছে। Ani ttbr (talk) 05:54, 21 ডিচেম্বৰ 2012 (UTC)
- ঠিক কথা| অসমত হোৱা ভূমিকম্প (১৯৪৭) দিলে ভাল হ'ব চাগে। যদি শুদ্ধ বুলি ভাৱ হৈছে, স্থানান্তৰ কৰি দিবা।বিষ্ণু শইকীয়া⇒✉ 12:05, 21 ডিচেম্বৰ 2012 (UTC)
অসমত হোৱা ভূমিকম্প (১৯৪৭)ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন অসমত হোৱা ভূমিকম্প (১৯৪৭)ক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।