বাৰ্তা:অসমৰ বয়ন শিল্প

Latest comment: 4 বছৰৰ পূৰ্বে by SlowPhoton

@অনামিকা(চুমু) বড়া: বয়ন শিল্প প্ৰবন্ধটো সৃষ্টি কৰাৰ বাবে ধন্যবাদ। পিছে প্ৰবন্ধটো অসমৰ বয়ন শিল্প কেন্দ্ৰীক হৈছে। ইয়াত অসমৰ বয়ন শিল্পৰ বিষয়ে লিখাৰ লগতে in general বয়ন শিল্প কি তাৰ বিষয়ে লিখিলে ভাল হয়। ইংৰাজী ৱিকিৰ Weaving আঁত লৈ প্ৰবন্ধটো বিস্তাৰ কৰিলে ভাল হ'ব যেন লাগে। অসমীয়া ৱিকিত নতুন প্ৰবন্ধ লিখাৰ আটাইতকৈ সহজ উপায়টো হৈছে ইংৰাজী বা আন ৱিকিৰ পৰা অনুবাদ কৰা। অনুবাদৰ বাবে এই বিশেষ:ContentTranslation লিঙ্কটো চাব পাৰে। --SlowPhoton (talk) 03:23, 1 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

"অসমৰ বয়ন শিল্প" পৃষ্ঠালৈ উভতি যাওক।