অসমৰ লোকস্থপতি! সম্পাদনা কৰক

স্থপতি এক জাতিবাচক বিশেষ্য৷ ব্যক্তিক নিৰ্দেশ কৰা শব্দ৷ স্থাপত্য স্থপতিয়ে কৰা কাৰ্য৷ গতিকে, শিৰোনামটো ভুল হৈছে নেকি! চাবচোন৷ Pranamikaadhikary (বাৰ্তা) 18:31, 13 October 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

স্নাতকোত্তৰৰ অসমীয়া পাঠ্যপুথিত এইদৰেই পোৱা বাবে লিখা হৈছিল। মানুহক বুজালে স্থপতিবিদ বা স্থাপত্যবিদ হ'ব? Nayan j Nath (বাৰ্তা) 18:43, 13 October 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
"অসমৰ লোকস্থপতি" পৃষ্ঠালৈ উভতি যাওক।