-অজয় দাস  (বাৰ্তা) 08:22, 1 December 2016 (ইউ.টি.চি.)

তথ্যসূত্ৰসম্পাদনা কৰক

তোলনি বিয়া প্ৰবন্ধৰ কিবা তথ্যসূত্ৰ থাকিলে দিবাচোন। — গীতাৰ্থ বৰদলৈ (talk) 15:29, 29 March 2019 (ইউ.টি.চি.)

পদকসম্পাদনা কৰক

  The Teamwork Barnstar
লৈংগিক সমতা ৰক্ষা কৰাৰ উদেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত আয়োজিত ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তোমালৈ এই বঁটা আগবঢ়ালো। আগলৈকে একেই উৎসাহেৰে অসমীয়া ৱিকিপিডিয়াত কাম কৰি যাবা বুলি আশা ৰাখিছোঁ। -- জলি বৰা (talk) 12:52, 31 March 2019 (ইউ.টি.চি.)

প্ৰতিভাবান ন-সম্পাদকৰ পদকসম্পাদনা কৰক

  প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য বৰঙনিৰ বাবে তোমালৈ এই পদক আগবঢ়ালোঁ। ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰতত ভাগ লৈ ভালেকেইটা নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ বাবেও তুমি শলাগৰ পাত্ৰ। আশা কৰোঁ, একেই উৎসাহেৰে তুমি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙনি আগবঢ়াই থাকিবা। Priyankush Deka 13:53, 31 March 2019 (ইউ.টি.চি.)

WLWI2019 Special Awardসম্পাদনা কৰক

  WLWI2019 Special Award
ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আপুনি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় পুৰস্কাৰ হিচাপে আপোনাক এই পদক প্ৰদান কৰিলোঁ। আগলৈও এনেদৰেই বৰঙনি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ! -- ViśvakoṣaSampādaka (talk) 02:31, 1 april 2019 (ইউ.টি.চি.)

উদীয়মান সম্পাদক পদকসম্পাদনা কৰক

  উদীয়মান সম্পাদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে এগৰাকী নতুন সদস্য হিচাপে আপুনি যোৱা মাহত অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা বৰঙণিলৈ চাই আপোনাক "উদীয়মান সম্পাদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

Gitartha.bordoloi (talk) ১২:০২, ৩১ May ২০১৯ (IST)

গধূলি গোপাল ফুল আৰু গধূলিগোপালসম্পাদনা কৰক

গধূলি গোপাল ফুল নামৰ প্ৰবন্ধটো সৃষ্টি কৰা বাবে ধন্যবাদ। পিছে ৱিকিত আগৰে পৰাই গধূলিগোপাল নামৰ প্ৰবন্ধটো আছেই। আপুনি পৰা সম্পাদনাবোৰ পুৰণি প্ৰবন্ধটোত সংযোগ কৰি নতুন প্ৰবন্ধটোৰ পৰা পুনঃনিৰ্দেশ এটা কৰি দিলে ভাল হ'ব। --SlowPhoton (talk) 07:10, 2 মে' 2019 (ইউ.টি.চি.)

বঙালী অনুবাদসম্পাদনা কৰক

আপুনাৰ বাৰ্তাৰ বাবে ধন্য়বাদ, মই ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০ৰ বাবে এনেকুৱা দুটামান পৃষ্ঠা হাতত লৈছো, যিহেতু ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০ বৰ্তমানলৈকে আৰম্ভ হোৱা নাই সেয়েহে মই বাকী থকা অনুবাদ আৰু কামখিনি মোৰ জুইশাল (SANDBOX! )ত কৰি আছো| বঙালী অনুবাদখিনি পৃষ্ঠা তিনিটাৰ পৰা আঁতৰাই দিছো | --ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃  কথামেলপুথি-পাজী 14:36, 6 September 2019 (ইউ.টি.চি.)

অক্লান্ত কৰ্মী পদকসম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত তোমাৰ অক্লান্ত অৱদানৰ বাবে কৃতজ্ঞতা জনাই এই পদক আগবঢ়ালো। আশা কৰোঁ তুমি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিবা।

--জলি বৰা (talk) 03:11, 29 September 2019 (ইউ.টি.চি.)

টাইগাৰ প্ৰবন্ধকাৰ পদকসম্পাদনা কৰক

  টাইগাৰ প্ৰবন্ধকাৰ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি বাঘৰ দৰে উদ্দ্যমেৰে ৩৯টা প্ৰবন্ধ যোগ দি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয়। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮জন অংশগ্ৰহণকাৰীয়ে ২০৫টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 10:56, 21 January 2020 (ইউ.টি.চি.)

ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰসম্পাদনা কৰক

  ৱিকি লাভ্‌ছ ৱুমেন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 04:42, 3 April 2020 (ইউ.টি.চি.)

অমূল্য অৱদান পদকসম্পাদনা কৰক

  অমূল্য অৱদান পদক
"মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা।
মৰমৰ নয়ন,এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে তোমালৈ এই পদকটো আগবঢ়োৱা হ’ল। তোমাৰ এই গতি যাতে সদায়েই অব্যাহত থাকে।

--ঈশান জ্যোতি বৰা (talk) 09:49, 22 April 2020 (ইউ.টি.চি.)|}

ধন্যবাদ! Nayan j Nath (talk) 04:50, 23 April 2020 (ইউ.টি.চি.)

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipientsসম্পাদনা কৰক

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

Wiki Loves Women South Asia Barnstar Awardসম্পাদনা কৰক

Greetings!

Thank you for contributing to the Wiki Loves Women South Asia 2020. We are appreciative of your tireless efforts to create articles about Women in Folklore on Wikipedia. We are deeply inspired by your persistent efforts, dedication to bridge the gender and cultural gap on Wikipedia. Your tireless perseverance and love for the movement has brought us one step closer to our quest for attaining equity for underrepresented knowledge in our Wikimedia Projects. We are lucky to have amazing Wikimedians like you in our movement. Please find your Wiki Loves Women South Asia postcard here. Kindly obtain your postcards before 15th July 2020.

Keep shining!

Wiki Loves Women South Asia Team

MediaWiki message delivery (talk) 13:27, 5 July 2020 (ইউ.টি.চি.)

Thank you! Nayan j Nath (talk) 09:23, 6 July 2020 (ইউ.টি.চি.)

এম ইব্ৰাহিম আলিসম্পাদনা কৰক

উৎস/ তথ্য সংগ্ৰহ নাই। একটু যোগ কৰুণ। আফতাবুজ্জামান (talk) 16:10, 12 August 2020 (ইউ.টি.চি.)

Mahatma Gandhi 2020 edit-a-thon: Token of appreciationসম্পাদনা কৰক

Namaste, we would like to thank you for participating in Mahatma Gandhi 2020 edit-a-thon. Your participation made the edit-a-thon fruitful. Now, we are sending a token of appreciation to them who contributed to this event. Please fill the Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further. Please find the form here. Nitesh (CIS-A2K) (talk) 17:57, 26 October 2020 (ইউ.টি.চি.)

Thanks for your contributions to Commons and the Wikidata datathonসম্পাদনা কৰক

Hi I first posted on your Commons talk page but now I am commenting here after seeing the note on your Commons userpage. I would really be interested in making some items on Wikidata for your uploads but I just need a bit more information - see my comment on Commons. Also, feel free to add Assamese labels and descriptions to items on Wikidata that may interest you! Thanks again, Jane023 (talk) 11:32, 27 October 2020 (ইউ.টি.চি.)

Festive Season 2020 edit-a-thonসম্পাদনা কৰক

Dear editor,

Hope you are doing well. First of all, thank you for your participation in Mahatma Gandhi 2020 edit-a-thon.
Now, CIS-A2K is going to conduct a 2-day-long Festive Season 2020 edit-a-thon to celebrate Indian festivals. We request you in person, please contribute in this event too, enthusiastically. Let's make it successful and develop the content on our different Wikimedia projects regarding festivities. Thank you Nitesh (CIS-A2K) (talk) 18:22, 27 November 2020 (UTC)

Reminder: Festive Season 2020 edit-a-thonসম্পাদনা কৰক

Dear Wikimedians,

Hope you are doing well. This message is to remind you about "Festive Season 2020 edit-a-thon", which is going to start from tonight (5 December) 00:01 am and will run till 6 December, 11:59 pm IST.

Please give some time and provide your support to this event and participate. You are the one who can make it successful! Happy editing! Thank You Nitesh (CIS-A2K) (talk) 15:53, 4 December 2020 (UTC)

Token of appreciation: Festive Season 2020 edit-a-thonসম্পাদনা কৰক

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)

গামোচা প্ৰসঙ্গসম্পাদনা কৰক

গামোচাই এতিয়ালৈকে ভৌগলিক স্বীকৃতি লাভ কৰা নাই। এই লৈ তৰ্ক-বিতৰ্ক চলিহে আছে। শেহতীয়া নিউজবোৰ পঢ়িবলৈ অনুৰোধ জনালোঁ। JyotiPN (talk) 11:04, 23 December 2020 (ইউ.টি.চি.)JyotiPN

সেয়া মই লিখা নহয়। মই মাত্ৰ এখন ফটো সংযোগ কৰিছোঁ। অনুগ্ৰহ কৰি সংশোধন সমূহ তুলনা কৰি চাব। Nayan j Nath (talk) 12:14, 23 December 2020 (ইউ.টি.চি.)

যৌন শিক্ষা পদকসম্পাদনা কৰক

  যৌন শিক্ষা পদক
গুৰুত্বপূৰ্ণ যৌন শিক্ষা বিষয়ৰ ৱিকিসুলভ মানদণ্ডৰে আপোনাৰ দ্বাৰা সম্পাদিত প্ৰৱন্ধ সমূহে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -- অজয়  কথা-বতৰা 07:49, 31 December 2020 (ইউ.টি.চি.)

এই মাহৰ ৱিকিপিডিয়ান: জানুৱাৰী ২০২১সম্পাদনা কৰক

  এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

অনামিকা(চুমু) বড়া (talk) 17:52, 31 December 2020 (ইউ.টি.চি.)

Reminder: Wikipedia 20th celebration "the way I & my family feels"সম্পাদনা কৰক

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 14:59, 1 January 2021 (ইউ.টি.চি.)

Wikipedia 20th anniversary celebration edit-a-thonসম্পাদনা কৰক

Dear editor,

I hope this message finds you well. Wikipedia 20th anniversary celebration edit-a-thon is going to start from tomorrow. This is a gentle reminder. Please take part. Happy editing. Thank you MediaWiki message delivery (talk) 18:03, 8 January 2021 (ইউ.টি.চি.)