তথ্য উৎস আৰু প্ৰথম প্ৰকাশ সম্পৰ্কে সম্পাদনা কৰক

অসম বাৰ্তা আৰু আমাৰ সময় নামৰ বাতৰি কাকত দুখনে প্ৰত্যেকে নিজকে “অসম বিলাসিনীৰ পিছত মাজুলিৰ পৰা প্ৰকাশিত দ্বিতীয়খন সাপ্তাহিক বাতৰি কাকত” বুলি দাবী কৰিছে। কিন্তু দুয়োখন কাকতৰে কোনো বিশ্বাসযোগ্য তথ্য−উৎস নাই। যিহেতু নিজৰ ৱেবছাইটৰ তথ্যক ৱিকিত প্ৰাধান্য দিয়া নহয়, সেয়ে দুয়োখন কাকতৰে প্ৰবন্ধ পৃষ্ঠাৰ পৰা এই বিষয়টো আঁতৰাই দিবলৈ আহ্বান জনালোঁ। দিব্য দত্ত (বাৰ্তা) 13:45, 1 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
  কৰা হ'ল --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 14:14, 1 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
"আমাৰ সময়" পৃষ্ঠালৈ উভতি যাওক।