শুদ্ধ শিৰোনাম সম্পাদনা কৰক

আলজেমাৰ শব্দটো ঠিকে আছেনে? নে ই আলজেইমাৰ বা আলঝেইমাৰ হ'ব লাগে?

বাবুল বৈশ্য (talk) 15:33, 25 September 2015 (UTC)

Alzheimer's শব্দটোৰ IPA উচ্চাৰণ 'অল্ট্‌শ্বাইমেজ' বা 'অল্ট্‌শ্বাইমাৰ্জ'ৰ নিচিনা। অসম বিজ্ঞান সমিতি বা সাহিত্য সভাৰ বিশ্বকোষত দিয়া লিপ্যন্তৰ কোনোবাই চাব পাৰে। সেইটোকে আমি লিখিব পাৰোঁ। — গীতাৰ্থ বৰদলৈ (talk) 18:17, 25 September 2015 (UTC)
মই পৃষ্ঠাখন আৰম্ভ কৰিছোঁ যদিও শুদ্ধ উচ্চাৰণৰ নামটো ভালদৰে নাজানো। আলোচনাৰ মাধ্যমেৰে শুদ্ধ নামলৈ পৃষ্ঠাখন স্থানান্তৰ কৰি দিলে ভাল হয়। দিব্য দত্ত (talk) 18:19, 25 September 2015 (UTC)
"আলজেমাৰ ৰোগ" পৃষ্ঠালৈ উভতি যাওক।