লিখকৰ পৰিচয়খিনি অৰুণ শৰ্মা মূল প্ৰবন্ধটোত ভৰাই দিয়াই ভাল হ'ব। গ্ৰন্থ পৰ্যালোচনা অংশটোৰ বাবে অলপ তথ্যসূত্ৰ যোগাৰ কৰিবলৈ অনামিকা বাইদেউক অনুৰোধ জনাইছোঁ। -- গীতাৰ্থ বৰদলৈ (talk) 17:39, 20 মাৰ্চ 2012 (UTC)

অ’ দুয়োটা মিলাই অৰুণ শৰ্মা প্ৰবন্ধটো উন্নতি কৰিব পৰা যাব| ইয়াটো অলপ থাকক| গোটেইবোৰ কাটিব নালাগে| নাইবা প্ৰবন্ধটো চমু হৈ যাব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:46, 20 মাৰ্চ 2012 (UTC)
"আশীৰ্বাদৰ ৰং" পৃষ্ঠালৈ উভতি যাওক।