বাৰ্তা:সিন্ধু নদী
(বাৰ্তা:ইণ্ডাছ নদীৰ পৰা পুনঃনিৰ্দেশিত)
শিৰোনাম সম্পাদনা কৰক
নদী খনৰ প্ৰকৃত নাম সিন্ধুটো ৰখা হলেই ভাল আছিল। আৰু ইংৰাজী নামটো ইণ্ডাছ নহৈ ইণ্ডুছ হে হয় নেকি, কাৰণ সিন্ধুৰ অপ্ৰভংশ ইন্ডু যেন লাগে। --দিব্য দত্ত (talk) 10:16, 16 August 2015 (UTC)
- It is pronounced as ইণ্ডাছ. But in indian languages, I believe, the river is well known as সিন্ধু. So, I think the name সিন্ধু is more appropriate with a redirection to ইণ্ডাছ. নিয়ৰপৰশ (talk) 11:04, 16 August 2015 (UTC)
- কৰা হ'ল — গীতাৰ্থ বৰদলৈ (talk) 08:46, 17 August 2015 (UTC)