বাৰ্তা:এছিয়াৰ ৰেঘা থকা ফেঁচা

Latest comment: 1 বছৰৰ পূৰ্বে by JyotiPN

ৰেঘা শব্দটো বোধহয় ৰেখা হ'ব লাগে। ‘এছিয়াৰ ৰেখা থকা ফেঁচা’ এই নামটোও আক্ষৰিক অনুবাদ নহৈ এছিয়াৰ ৰঙচুৱা ফেঁচা বা এছিয়ান ৰঙা-মুগা ফেঁচা- এনেধৰণৰ হোৱা হ'লে শুনিবলৈ বা পঢ়িবলৈ শুৱলা হ'লহেঁতেন। JyotiPN (বাৰ্তা) 17:19, 26 May 2022 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

"এছিয়াৰ ৰেঘা থকা ফেঁচা" পৃষ্ঠালৈ উভতি যাওক।