“ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ সম্পাদনা কৰক

 

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ:

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

Mahatma Gandhi 2020 edit-a-thon: Token of appreciation সম্পাদনা কৰক

 

Namaste, we would like to thank you for participating in Mahatma Gandhi 2020 edit-a-thon. Your participation made the edit-a-thon fruitful. Now, we are sending a token of appreciation to them who contributed to this event. Please fill the Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further. Please find the form here. Nitesh (CIS-A2K) (talk) 17:58, 26 October 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Nitesh Ji: Gift received. Thanks a lot. JyotiPN (talk) 08:37, 30 November 2020 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

Festive Season 2020 edit-a-thon সম্পাদনা কৰক

 

Dear editor,

Hope you are doing well. First of all, thank you for your participation in Mahatma Gandhi 2020 edit-a-thon.
Now, CIS-A2K is going to conduct a 2-day-long Festive Season 2020 edit-a-thon to celebrate Indian festivals. We request you in person, please contribute in this event too, enthusiastically. Let's make it successful and develop the content on our different Wikimedia projects regarding festivities. Thank you Nitesh (CIS-A2K) (talk) 18:22, 27 November 2020 (UTC)

Reminder: Festive Season 2020 edit-a-thon সম্পাদনা কৰক

Dear Wikimedians,

Hope you are doing well. This message is to remind you about "Festive Season 2020 edit-a-thon", which is going to start from tonight (5 December) 00:01 am and will run till 6 December, 11:59 pm IST.

Please give some time and provide your support to this event and participate. You are the one who can make it successful! Happy editing! Thank You Nitesh (CIS-A2K) (talk) 15:53, 4 December 2020 (UTC)

Token of appreciation: Festive Season 2020 edit-a-thon সম্পাদনা কৰক

 

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

Reminder: Wikipedia 20th celebration "the way I & my family feels" সম্পাদনা কৰক

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 15:20, 1 January 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Universal Code of Conduct consultation সম্পাদনা কৰক

Hi JyotiPN,

Hope you are well. I would like to invite you to participate in the Universal Code of Conduct consultation on Assamese Wikipedia. It is closing soon. You can easily participate by making your opinion, support/oppose here: ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)#Universal Code of Conduct consultation on Assamese Wikipedia or you can also email me. As an active member of the community, your participation is very important. I hope you would consider it. Thank you! Wikitanvir (WMF) (বাৰ্তা) 15:43, 27 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক


অক্লান্ত কৰ্মী পদক সম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 15:22, 1 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
@𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪: মৰমৰ কুলধৰ, তোমাৰ আগ্ৰহ আৰু মৰমক আন্তৰিকতাৰে মোৰ প্ৰাপ্তিৰ টোপোলাত ভৰাই পদকটি গ্ৰহণ কৰাত মোৰ অপাৰগতা প্ৰকাশ কৰিলোঁ। ৱিকিত তোমাৰ সক্ৰিয়তাৰ সমান্তৰালকৈ তোমাৰ সংবেদনশীলতা দেখিছোঁ। আশাকৰোঁ তুমি মোক বুজিবা। JyotiPN (বাৰ্তা) 18:05, 1 March 2021 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

Wikimedia Foundation Community Board seats: Call for feedback meeting সম্পাদনা কৰক

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকি শতক পদক সম্পাদনা কৰক

  ৱিকি শতক পদক
সু-হৃদ, এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। এই গতি সদায়েই অব্যাহত থাকক...!--অসমীয়া ৱিকিপিডিয়া সমাজ

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় JyotiPN,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:08, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ব্যৱহাৰিক জীৱনৰ অন্য কাম-কাজ লৈ ব্যস্ত হৈ থকা বাবে, এইমুহূৰ্তত ৱিকিৰ এই নিৰ্বাচন প্ৰক্ৰিয়াত মোৰ ভূমিকা কি হ'ব পাৰে বা কি হোৱা উচিত সেই লৈ মই অনিশ্চিত। অৱশ্যে এইক্ষেত্ৰত মই অম্লান বসুমতাৰী, বাবুল বৈশ্য আৰু ঈশানজ্যোতি বৰাক এই পদৰ বাবে যোগ্য প্ৰাৰ্থী বুলি ভাবোঁ আৰু তেখেতেসকলে এই পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা উচিত বুলি ভাবোঁ। JyotiPN (বাৰ্তা) 16:59, 12 June 2021 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখি অনুষ্ঠান সম্পাদনা কৰক

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখি হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক। বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Feedback for Mini edit-a-thons সম্পাদনা কৰক

Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে সম্পাদনা কৰক

প্ৰিয় JyotiPN,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাছনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversary সম্পাদনা কৰক

 
Mahatma Gandhi 2021 edit-a-thon

Dear Wikimedian,

Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the event page. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 17:32, 28 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক


WLWSA-2021 Newsletter #6 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:25, 17 November 2021 (ইউ.টি.চি.)

A question সম্পাদনা কৰক

What is the correct "Transliteration" of the Bengali Word "ব্ৰাহ্মণবাড়িয়া?" Is it "ব্ৰাহ্মণবাৰিয়া?" ≈ MS Sakib    «কওক...» 15:13, 17 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

@MS Sakib:বঙালী ভাষাৰ বাড়ি মানে অসমীয়া ভাষাত ঘৰ। ঘৰ-বাৰী। সেইহিচাপে ব্ৰাহ্মণবাড়ি বা ব্ৰাহ্মণবাৰি নহৈ ব্ৰাহ্মণবাৰী হ’লে বোধহয় বানানটো শুদ্ধ হ'ব। এই জিজ্ঞাসাৰ বাবে ধন্যবাদ। JyotiPN (বাৰ্তা) 16:30, 17 November 2021 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক
Thanks a lot for your reply. It's a place name. This "বাড়িয়া" does not mean a house (ঘৰ). So it doesn't means "Brahman's House". Actually, I've wanted to know the Assamese form of Bengali ড় as per the pronunciation. ≈ MS Sakib    «কওক...» 16:38, 17 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
Here and here this word is written as "ব্ৰাহ্মণবাৰিয়া". ≈ MS Sakib    «কওক...» 16:45, 17 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ঠাইবিশেষে নামৰ বুৰঞ্জীলৈ চালৈ এখন ঘৰ বা এটা সম্প্ৰদায়ৰ বসতি ৰূপে এটা অঞ্চলে পৰিচিতি লাভ কৰে আৰু সেইহিচাপত অঞ্চলটোৰ নামকৰণ কৰা হয়; যেনে:- কুমাৰপাৰা। সেইফালৰপৰা চাবলৈ গ’লে বাৰি, বাড়ি নহৈ বাৰী লিখিবপৰা যায়। ধন্যবাদ।JyotiPN (বাৰ্তা) 17:52, 17 November 2021 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

The meaning of ব্ৰাহ্মণবাড়িয়া is "To evict the Brahmins", not "The house of Brahmins". ≈ MS Sakib    «কওক...» 18:00, 17 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
আচ্ছা JyotiPN (বাৰ্তা) 18:22, 17 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া টাইপিং সম্পাদনা কৰক

কম্পিউটাৰত অসমীয়া ভাষা টাইপ কৰিবলৈ আপুনি কোনটো ছফ্টৱেৰ ব্যৱহাৰ কৰে? ≈ MS Sakib    «কওক...» 06:23, 19 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৰ'দালি JyotiPN (বাৰ্তা) 19:06, 19 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

International Mother Language Day 2022 edit-a-thon সম্পাদনা কৰক

Dear Wikimedian,

CIS-A2K announced International Mother Language Day edit-a-thon which is going to take place on 19 & 20 February 2022. The motive of conducting this edit-a-thon is to celebrate International Mother Language Day.

This time we will celebrate the day by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource, items that need to be created on Wikidata [edit Labels & Descriptions], some language-related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about languages or related to languages. Anyone can participate in this event and editors can add their names here. Thank you MediaWiki message delivery (বাৰ্তা) 13:13, 15 February 2022 (ইউ.টি.চি.) উত্তৰ দিয়ক

On behalf of User:Nitesh (CIS-A2K)

Wikipedia Asian Month 2021 Postcard সম্পাদনা কৰক

Dear Participants,

Congratulations!

It's Wikipedia Asian Month's honor to have you all participated in Wikipedia Asian Month 2021, the seventh Wikipedia Asian Month. Your achievements were fabulous, and all the articles you created make the world can know more about Asia in different languages! Here we, the Wikipedia Asian Month International team, would like to say thank you for your contribution also cheer for you that you are eligible for the postcard of Wikipedia Asian Month 2021. Please kindly fill the form, let the postcard can send to you asap!

This form will be closed at March 15.

Cheers!

Thank you and best regards,

Wikipedia Asian Month International Team, 2022.02

International Women's Month 2022 edit-a-thon সম্পাদনা কৰক

Dear Wikimedians,

Hope you are doing well. Glad to inform you that to celebrate the month of March, A2K is to be conducting a mini edit-a-thon, International Women Month 2022 edit-a-thon. The dates are for the event is 19 March and 20 March 2022. It will be a two-day long edit-a-thon, just like the previous mini edit-a-thons. The edits are not restricted to any specific project. We will provide a list of articles to editors which will be suggested by the Art+Feminism team. If users want to add their own list, they are most welcome. Visit the given link of the event page and add your name and language project. If you have any questions or doubts please write on event discussion page or email at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 12:53, 14 March 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

On behalf of User:Nitesh (CIS-A2K)

WLWSA-2021 Newsletter #7 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Unfortunately, your information has not reached us. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
13:37, 1 April 2022 (ইউ.টি.চি.)

June Month Celebration 2022 edit-a-thon সম্পাদনা কৰক

Dear User,

CIS-A2K is announcing June month mini edit-a-thon which is going to take place on 25 & 26 June 2022 (on this weekend). The motive of conducting this edit-a-thon is to celebrate June Month which is also known as pride month.

This time we will celebrate the month, which is full of notable days, by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource if there are any, items that need to be created on Wikidata [edit Labels & Descriptions], some June month related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about the month of June or related to its days, directly or indirectly. Anyone can participate in this event and the link you can find here. Thank you Nitesh (CIS-A2K) (talk) 12:46, 21 June 2022 (UTC)

On behalf of User:Nitesh (CIS-A2K)

Indic Wiki Improve-a-thon 2022 সম্পাদনা কৰক

Dear Wikimedian, Glad to inform you that CIS-A2K is going to conduct an event, Indic Wiki improve-a-thon 2022, for the Indic language. It will run from 15 December to 5 January 2023. It will be an online activity however if communities want to organise any on-ground activity under Improve-a-thon that would also be welcomed. The event has its own theme Azadi Ka Amrit Mahatosav which is based on a celebration of the 75th anniversary of Indian Independence. The event will be for 20 days only. This is an effort to work on content enrichment and improvement. We invite you to plan a short activity under this event and work on the content on your local Wikis. The event is not restricted to a project, anyone can edit any project by following the theme. The event page link is here. The list is under preparation and will be updated soon. The community can also prepare their list for this improve-a-thon. If you have question or concern please write on here. Regards MediaWiki message delivery (বাৰ্তা) 07:35, 12 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

Indic Wiki Improve-a-thon 2022 has started সম্পাদনা কৰক

Dear Wikimedians, As you already know, Indic Wiki improve-a-thon 2022 has started today. It runs from 15 December (today) to 5 January 2023. This is an online activity however if communities want to organise any on-ground activity under Improve-a-thon please let us know at program@cis-india.org. Please note the event has a theme Azadi Ka Amrit Mahatosav which is based on a celebration of the 75th anniversary of Indian Independence. The event will be for 20 days only. This is an effort to work on content enrichment and improvement. The event is not restricted to a particular project. The event page link is here please add your name in the participant's section. A few lists are there and we will add more. The community can also prepare their list for this improve-a-thon but we suggest you list stub articles from your Wiki. If you have a question or concern please write here. Regards MediaWiki message delivery (বাৰ্তা) 08:30, 15 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

Women's Month Datathon on Commons সম্পাদনা কৰক

Dear Wikimedian,

Hope you are doing well. CIS-A2K and CPUG have planned an online activity for March. The activity will focus on Wikimedia Commons and it will begin on 21 March and end on 31 March 2023. During this campaign, the participants will work on structure data, categories and descriptions of the existing images. We will provide you with the list of the photographs that were uploaded under those campaigns, conducted for Women’s Month.

You can find the event page link here. We are inviting you to participate in this event and make it successful. There will be at least one online session to demonstrate the tasks of the event. We will come back to you with the date and time.

If you have any questions please write to us at the event talk page Regards MediaWiki message delivery (বাৰ্তা) 18:09, 12 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

Women's Month Datathon on Commons Online Session সম্পাদনা কৰক

Dear Wikimedian,

Hope you are doing well. As we mentioned in a previous message, CIS-A2K and CPUG have been starting an online activity for March from 21 March to 31 March 2023. The activity already started yesterday and will end on 31 March 2023. During this campaign, the participants are working on structure data, categories and descriptions of the existing images. The event page link is here. We are inviting you to participate in this event.

There is an online session to demonstrate the tasks of the event that is going to happen tonight after one hour from 8:00 pm to 9:00 pm. You can find the meeting link here. We will wait for you. Regards MediaWiki message delivery (বাৰ্তা) 13:38, 22 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

সহযোগিতা পদক, ২০২৩ সম্পাদনা কৰক

  সহযোগিতা পদক
হে ৱিকিসতীৰ্থ,

চলিত নাৰীবাদ আৰু লোকগাথা এডিটাথনত ভালেমান গুৰুত্বপূৰ্ণ প্ৰবন্ধ সৃষ্টি কৰি সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -Joli Rumi (বাৰ্তা) 23:49, 29 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

পৰম বীৰ চক্ৰ সম্পাদনা মেলা পদক সম্পাদনা কৰক

 
দ্বিতীয় স্থান

অভিনন্দন!
২০২৩ বৰ্ষৰ ১৫-২০ চেপ্তেম্বৰত অনুষ্ঠিত হৈ যোৱা পৰম বীৰ চক্ৰ এডিটাথন প্ৰবন্ধ লিখন প্ৰতিযোগিতাত অংশগ্ৰহণেৰে অসমীয়া ভাষাৰ ভিতৰত দ্বিতীয় সৰ্বাধিক বাইটৰ প্ৰবন্ধৰে অৱদান আগবঢ়াই দ্বিতীয় স্থান অধিকাৰ কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ এই পদকটো আগবঢ়ালোঁ। ভৱিষ্যতেও একেই উদ্যমশীলতাৰে প্ৰকল্পটোৰ উত্তৰোত্তৰৰ বাবে আপোনাৰ বহুমূলীয়া অৱদান আগবঢ়াই যাব বুলি আশা কৰিলোঁ। — Nayan j Nath (বাৰ্তা) 07:14, 24 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ নয়ন। JyotiPN (বাৰ্তা) 08:52, 25 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

Image Description Month in India Campaign সম্পাদনা কৰক

Dear Wikimedian,

A2K has conducted an online activity or campaign which is an ongoing Image Description Month in India description-a-thon, a collaborative effort known as Image Description Month. This initiative aims to enhance image-related content across Wikimedia projects and is currently underway, running from October 1st to October 31st, 2023. Throughout this event, our focus remains centered on three primary areas: Wikipedia, Wikidata, and Wikimedia Commons. We have outlined several tasks, including the addition of captions to images on Wikipedia, the association of images with relevant Wikidata items, and improvements in the organization, categorization, and captions of media files on Wikimedia Commons.

To participate, please visit our dedicated event page. We encourage you to sign up on the respective meta page and generously contribute your time and expertise to make essential and impactful edits.

Should you have any questions or require further information, please do not hesitate to reach out to me at nitesh@cis-india.org or Nitesh (CIS-A2K).

Your active participation will play a significant role in enriching Wikimedia content, making it more accessible and informative for users worldwide. Join us in this ongoing journey of improvement and collaboration. Regards MediaWiki message delivery (বাৰ্তা) 16:09, 10 October 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

আয়োজক পদক সম্পাদনা কৰক

  আয়োজক পদক
হে অগ্ৰজ, চলিত মাহত অসমীয়া ৱিকিপিডিয়াত মহাত্মা গান্ধী এডিটাথন, ২০২৩ শীৰ্ষক প্ৰতিযোগিতাৰ আয়োজন কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছোঁ। -অসমীয়া ৱিকিমিডিয়া সমাজ 06:12, 31 July 2022 (ইউ.টি.চি.)
ধন্যবাদ, চন্দন। JyotiPN (বাৰ্তা) 13:43, 15 October 2023 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

এছিয়ান মাহৰ ৰচনাকাৰ সম্পাদনা কৰক

  এছিয়ান মাহৰ ৰচনাকাৰ পদক
হে ৱিকিসতীৰ্থ,

বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত ভালেমান গুৰুত্বপূৰ্ণ প্ৰবন্ধ সৃষ্টি কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ

ধন্যবাদ চন্দন। -JyotiPN (বাৰ্তা) 15:51, 29 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

৩০০+ প্ৰবন্ধৰ বাবে অভিনন্দন! সম্পাদনা কৰক

  তিনি শতাধিক প্ৰবন্ধ পদক
সন্মানীয় ৱিকি সতীৰ্থ, শেহতীয়াকৈ আপুনি ক্ষিপ্ৰতাৰে ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ সাৱলীল অনুবাদেৰে অসমীয়া ৱিকিপিডিয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে। ইয়াৰ লগেলগে আপোনাৰ প্ৰবন্ধ সৃষ্টিৰ পৰিসংখ্যাই ৩০০ৰ সীমা অতিক্ৰম কৰিলে। ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই অভিনন্দন স্বৰূপ সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ- Nayan j Nath (বাৰ্তা) 14:40, 29 December 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪ সম্পাদনা কৰক

প্রিয় JyotiPN,

আশাকৰোঁ কুশলে আছে৷ এই বছৰৰে জানুৱাৰী মাহত ৪ তাৰিখৰ পৰা ১০ তাৰিখলৈ আয়োজিত “অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪’’ ত সম্পাদনা কৰি ৱিকিপিডিয়াক অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ উৎসৰ্গীকৃত সেৱাৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷

এই সম্পাদনা মেলাৰ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে আপোনাৰ প্ৰাপ্য মানপত্ৰৰ বাবে আমি আপোনাৰ বিষয়ে কিছু তথ্য জনাৰ প্ৰয়োজন৷ অনুগ্ৰহ কৰি তলত সন্নিৱিষ্ট ফৰ্মখন ভৰ্তি কৰি আমাক পৰৱৰ্তী কাৰ্যসূচী পালন কৰিবলৈ সহযোগ কৰক৷ আপোনাৰ সহযোগিতাই আমাৰ প্ৰেৰণা৷ (ইতিমধ্যেই যদি ফৰ্মখন পূৰণ কৰা হৈছে, তেন্তে দ্বিতীয়বাৰ পূৰণ কৰাৰ প্ৰয়োজন নাই)

আন্তৰিক শুভকামনা জানিব৷
ধন্যবাদ৷

Dolon Prova (বাৰ্তা) 04:10, 15 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
সংগঠক,
অসমীয়া - বাংলা আন্তঃৱিকি সম্পাদনা মেলা ২০২৪

প্ৰিয় @Dolon Prova,
নৱবৰ্ষৰ আন্তৰিক শুভকামনা যাচিলোঁ। আপোনালোকৰ এই সহযোগিতামূলক প্ৰচেষ্টাৰ শলাগ ল'লোঁ আৰু ফৰ্মখন পূৰালোঁ। আশাকৰোঁ অসমীয়া আৰু বাংলা ৱিকিৰ উন্নতিৰ হকে এনে সহযোগিতামূলক কাম আগলৈও হৈ থাকিব। JyotiPN (বাৰ্তা) 04:13, 18 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক সম্পাদনা কৰক

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক
 
হে ৱিকিসতীৰ্থ, অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪-ত আপুনি দেখুওৱা আন্তৰিক উৎসাহ আৰু নিস্বাৰ্থ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাৰ শলাগ ল'লোঁ। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। - দিব্য দত্ত (বাৰ্তা) 11:07, 19 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
আন্তৰিক ধন্যবাদ। JyotiPN (বাৰ্তা) 12:42, 19 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

The Wikipedia Asian Month 2023 Barnstar Golden সম্পাদনা কৰক

কৃতজ্ঞতা আৰু অভিনন্দন সম্পাদনা কৰক

  কৃতজ্ঞতা আৰু অভিনন্দন

“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ”

প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷

প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ