বাৰ্তা:এনাস্থেচিয়া এৱাৰনেচ
"এনাস্থেচিয়া সচেতনতা" লিখিব পাৰি নেকি? — গীতাৰ্থ বৰদলৈ (talk) 14:41, 31 মাৰ্চ 2014 (UTC) ক'ব নোৱাৰিম, চিকিৎসা বিজ্ঞানৰ পৰিভাষা হয়, অসমীয়াত প্ৰতিশব্দ আছে নে নাই নাজানো। Saidul Islam 14:48, 31 মাৰ্চ 2014 (UTC)
- "চেতনাহীন জাগৰণ" নাইবা "চেতনাহীন অভিজ্ঞতা" হ'ব নেকি ? দিব্য দত্ত (talk) 18:19, 26 মাৰ্চ 2015 (UTC)
সংজ্ঞাহৰণ-বিচ্যুতিত বিষানুভৱ বা সংজ্ঞাহৰণ-বিচ্যুতিত চেতনাধাৰণ JBDVIJASDVI (talk) 19:27, 26 মাৰ্চ 2015 (UTC)
এনাস্থেচিয়া এৱাৰনেচৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন এনাস্থেচিয়া এৱাৰনেচক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।