বাৰ্তা:কটন বিশ্ববিদ্যালয়

কটনৰ লগত সদায় কলেজ শব্দটোহে ব্যৱহাৰ হোৱা দেখা যায়৷ বিশ্ববিদ্যালয় শব্দটো পোৱা নাযায়৷ শীৰ্ষকটো এবাৰ ভাবি চালে ভাল আছিল৷ আনপিনে মূল প্ৰবন্ধত কটন কলেজ শব্দটোকে বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে৷ -অঞ্জল বৰা

কওঁতে কলেজ ক'লেও অসমীয়া শব্দটো 'মহাবিদ্যালয়'হে। গতিকে শিৰোনামত সেইটো থকাই উচিত হ'ব। ভিতৰত কলেজ লিখিলেও কথা নাই। — গীতাৰ্থ বৰদলৈ (talk) 14:27, 21 মাৰ্চ 2013 (UTC)
"কটন বিশ্ববিদ্যালয়" পৃষ্ঠালৈ উভতি যাওক।