বাৰ্তা:কটন বিশ্ববিদ্যালয়
কটনৰ লগত সদায় কলেজ শব্দটোহে ব্যৱহাৰ হোৱা দেখা যায়৷ বিশ্ববিদ্যালয় শব্দটো পোৱা নাযায়৷ শীৰ্ষকটো এবাৰ ভাবি চালে ভাল আছিল৷ আনপিনে মূল প্ৰবন্ধত কটন কলেজ শব্দটোকে বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে৷ -অঞ্জল বৰা
- কওঁতে কলেজ ক'লেও অসমীয়া শব্দটো 'মহাবিদ্যালয়'হে। গতিকে শিৰোনামত সেইটো থকাই উচিত হ'ব। ভিতৰত কলেজ লিখিলেও কথা নাই। — গীতাৰ্থ বৰদলৈ (talk) 14:27, 21 মাৰ্চ 2013 (UTC)
কটন বিশ্ববিদ্যালয়ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন কটন বিশ্ববিদ্যালয়ক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।