প্ৰতিষ্ঠিত নাম কমলা দাস। সম্পাদনা কৰক

এই পৃষ্ঠাটো পুনৰ কমলা সুৰইয়ালৈ স্থানান্তৰ নকৰিবলৈ অনুৰোধ জনালোঁ। কমলা নিজৰ আত্মজীৱনী মাই ষ্টৰিৰ বাবে বিশেষকৈ বিখ্যাত। যিখন তেওঁ কমলা দাস নামেৰে লিখিছে। আন ভাষাত প্ৰৱন্ধটো কমলা সুৰইয়া হৈ আছে যদিও মই প্ৰতিষ্ঠিত নামটো ব্যৱহাৰ কৰাৰ পক্ষপাতী। মাননীয় ৱিকি সম্পাদকসকলে আমাৰ মন মগজুৰ এই দ্বন্দ্বৰ প্ৰতি সম্ভ্ৰম প্ৰদৰ্শন কৰিব বুলি আন্তৰিকতাৰে আশা কৰিলোঁ। (ইতিমধ্যে ৱিকিডাটাত কমলা দাস নামেৰে সন্নিৱিষ্ট হৈছে। https://www.wikidata.org/wiki/Q594565) JyotiPN (বাৰ্তা) 13:03, 28 August 2023 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

"কমলা দাস" পৃষ্ঠালৈ উভতি যাওক।