ৱিকিপিডিয়া শৈলী সম্পাদনা কৰক

প্ৰবন্ধটোৰ বহু ঠাইত আৱেগ সূচকভাৱে তথ্যসূত্ৰ নোহোৱাকৈ লিখা হৈছে। ৱিকিপিডিয়াৰ লিখন শৈলীৰে প্ৰবন্ধটোৰ নিৰপেক্ষতা বৰ্তাই ৰখাৰ প্ৰয়োজন। লগতে গৱেষণা মূলক বাক্য আদি বৰ্জন কৰা উচিত। Nayan j Nath (বাৰ্তা) 16:27, 20 July 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

তথ্যসূত্ৰ বিহীন বাক্য আঁতৰাই এনেকুৱা প্ৰবন্ধ বোৰ Protected article কৰিব লাগে। নহ'লে যিকোনো কথা অন্তৰ্ভুক্ত কৰিলে প্ৰবন্ধ বোৰৰ গুণগত মানদণ্ড লোপ পাই গৈ থাকিব। Baruahranuj 07:55, 24 July 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

"কলিতা জনগোষ্ঠী" পৃষ্ঠালৈ উভতি যাওক।