বাৰ্তা:কা (আহোম বৰ্ণমালা)

Latest comment: 11 মাহ পূৰ্বে by দিব্য দত্ত in topic একত্ৰিত প্ৰবন্ধ

একত্ৰিত প্ৰবন্ধ সম্পাদনা কৰক

বৰ্ণমালাৰ আখৰসমূহৰ বিষয়ে সুকীয়া প্ৰবন্ধকেইটা অতি সৰু হোৱাৰ বাবে দৃষ্টিকটূ যেন ভাব হৈছে। গোটেইকেইটা বৰ্ণ একগোট কৰি আহোম বৰ্ণমালা বুলি একেটা মাত্ৰ পৃষ্টাতে গোটেই বৰ্ণকেইটাৰ বিষয়ে লিখিব পাৰি। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 14:06, 11 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

  একমতআহোম লিপি নামৰ প্ৰবন্ধ এটা আছেই, তাতো যোগ কৰিব পৰা যায়। --SlowPhoton (talk) 14:13, 11 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
প্ৰবন্ধটো ৱিকিপিডিয়াতকৈ ৱিকি অভিধান থকা ধৰণৰহে হৈছে। দিব্য দত্ত (বাৰ্তা) 11:25, 8 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
"কা (আহোম বৰ্ণমালা)" পৃষ্ঠালৈ উভতি যাওক।