বাৰ্তা:কুছ তো লোগ কহেংগে
কোনোৱে আৰু তথ্যৰ য়োগান ধৰিব পাৰিব নেকি, এই বিষয়ৰ উপৰত ? [শ্ৰী মাধৱ শইকীয়া--Madhab Saikia] 16:11, 4 ফেব্ৰুৱাৰী 2012 (UTC)
আচলতে kahenge-ৰ অসমীয়া লিপ্যান্তৰ কহেঙ্গে/কহেংগে হে হ'ব লাগে নেকি? কহেঙ্গেই কেনেকৈ হ'ব? প্ৰণৱ
লগতে toh-ৰ লিপ্যান্তৰ তো বেছি খাপ খাব নেকি? প্ৰণৱ
ময়ো কথাটো চিন্তা কৰিছো । Redirect কৰি দিলে ভাল হয় । [শ্ৰী মাধৱ শইকীয়া--Madhab Saikia] 11:09, 5 ফেব্ৰুৱাৰী 2012 (UTC)
- শিৰোনামটো "কুছ ত' ল'গ কহেংগে" দিলেহে উচ্চাৰণৰ লগত খাপ খাব। — গীতাৰ্থ বৰদলৈ (talk) 07:13, 30 অক্টোবৰ 2012 (UTC)
কুছ তো লোগ কহেংগেৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন কুছ তো লোগ কহেংগেক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।