ৰাইজৰ মতামত বিচাৰি সম্পাদনা কৰক

বহুসময়ত অসমীয়া ৱিকি ইংৰাজী ৱিকিৰ নিয়ম আদিৰ তুলনাত শিথিল। সেয়ে হ'লেও কিছুমান নিয়ম সক্ৰিয় সদস্যসকলে নিজৰ বেলিকা মানি চলা ভাল। লিখিত প্ৰমান নাথাকিলেও আৱেগ বৰ্জিত ভাৱে ক'লে, এই প্ৰবন্ধৰ বিষয়ৰ সৈতে সম্পাদকজন জড়িত থকাৰ পৰিপ্ৰেক্ষিতত এই প্ৰবন্ধটো সম্পুৰ্ণকৈ বিজ্ঞাপনৰ গণ্ডীত পৰে। ইয়াৰোপৰি উল্লেখযোগ্যতাৰ বিষয়েও আঙুলিয়াব পাৰি। এই সম্পৰ্কে সদস্যসকলৰ মতামত আশা কৰিছোঁ। উল্লেখযোগ্যতা সাব্যস্ত হ'লে কোনো অন্য সদস্যই প্ৰবন্ধটো নতুনকৈ লিখিব পাৰে। -Nayan j Nath (বাৰ্তা) 13:53, 6 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

"কুলাংগাৰ (গ্ৰন্থ)" পৃষ্ঠালৈ উভতি যাওক।