অত্যাধিক অনাৱশ্যকীয় টেগ

সম্পাদনা কৰক

প্ৰবন্ধটো আৰম্ভ কৰাৰ দিনাই অনাৱশ্যকীয়ভাৱে তিনিখনকৈ জাননী দিয়া হৈছে। সেয়ে তিনিওখন জাননী আঁতৰাই বৰ্তমান লিখি থকাৰ জাননী যোগ দিছোঁ। অনুগ্ৰহ কৰি নতুন প্ৰবন্ধ সৃষ্টিৰ পিছত কামসমূহ সম্পূৰ্ণ কৰিবলৈ সম্পাদকগৰাকীক অন্তত: এসপ্তাহ সময় দিয়ক। তাৰপিছতহে প্ৰবন্ধত প্ৰয়োজন অনুসৰি জাননী যোগ দিব। -Joli Rumi (বাৰ্তা) 13:16, 17 November 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

হ'ব বাৰু। জনোৱাৰ বাবে ধন্যবাদ। - কন্দৰ্পজিৎ (বাৰ্তা 13:26, 17 November 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
"গোবি ভালুক" পৃষ্ঠালৈ উভতি যাওক।