বাৰ্তা:গোহাঁই টেকেলা গাঁও

বিলোপন প্ৰত্যাহ্বান সম্পাদনা কৰক

এই প্ৰবন্ধটো বিলোপ নকৰি পোখালি হিচাবে ৰাখিব পৰা যায়। ইয়াত তথ্যসূত্ৰৰ উল্লেখো আছে।

যদিও এতিয়া প্ৰবন্ধটো নিচেই চুটি, ভবিষ্যতে ইয়াক বিস্তাৰ কৰাৰ প্ৰভূত থল আছে।

প্রভাকৰ শৰ্মা নেওগ (talk) 09:43, 8 মাৰ্চ 2014 (UTC)


সমৰ্থন জনালো | লগতে বিলোপ টেগ আতৰাই দিয়া হ’ল| বিষ্ণু শইকীয়া 07:49, 20 মাৰ্চ 2014 (UTC)
"গোহাঁই টেকেলা গাঁও" পৃষ্ঠালৈ উভতি যাওক।