বাৰ্তা:চলচ্চিত্ৰ
চলচিত্ৰ নে চলচ্চিত্ৰ শুদ্ধ বাৰু? xobdo.org ত চলচিত্ৰ হিচাপে পাইছো। ---প্ৰণৱ জ্যোতি ভূঞা (talk) 08:10, 18 ডিচেম্বৰ 2013 (UTC)
- 'চলচ্চিত্ৰ' শুদ্ধ, 'চলচিত্ৰ' ভুল। তাত শুদ্ধ কৰিবলৈ আবেদন জনাই দিয়া। — গীতাৰ্থ বৰদলৈ (talk) 14:10, 18 ডিচেম্বৰ 2013 (UTC)
চলচ্চিত্ৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন চলচ্চিত্ৰক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।