বাৰ্তা:জয়মতী কুঁৱৰী

Latest comment: 5 বছৰৰ পূৰ্বে by ViśvakoṣaSampādaka in topic নামকৰণ

নামকৰণ সম্পাদনা কৰক

শেহতীয়াকৈ সদস্য এগৰাকীয়ে প্ৰবন্ধটোৰ নাম টাই-আহোম উচ্চাৰণ অনুসৰি "জাঞমতী"লৈ সলনি কৰিছে। মোৰ বোধেৰে নামটো আগৰ দৰে "জয়মতী" ৰখাই ভাল হ'ব কাৰণ ই প্ৰচলিত নাম আৰু নতুন নামটোৰ সমৰ্থনত কোনো তথ্যউৎস দিয়া নাই। — গীতাৰ্থ বৰদলৈ (talk) 15:13, 16 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

  একমত। ৱিকিপিডিয়াৰ নিয়ম অনুসৰি প্ৰবন্ধৰ নাম প্ৰচলিত নামত ৰাখিব লাগে। "জয়মতী" প্ৰচলিত আৰু জনপ্ৰিয় নাম, আনহাতে "জাঞমতী" নামৰ ব্যৱহাৰ সন্দেহজনক। --SlowPhoton (talk) 15:48, 16 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
  একমত। মূল প্ৰবন্ধৰ নাম জয়মতী ৰাখি "জাঞমতী"ৰে পুনঃনিৰ্দেশ কৰি থব পাৰি।-অজয় দাস (বাৰ্তা) 03:24, 17 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
  একমত। মূল প্ৰবন্ধৰ নাম “জয়মতী” ৰাখিলেই ভাল হ'ব যিহেতু “জয়মতী” নামটো সৰ্বাধিক প্ৰচলিত। বন্ধনীৰ মাজত উপযুক্ত তথ্য সূত্ৰ দি “জাঞমতী" লিখি থৈ দিব পাৰি। -- চাণক্য (বাৰ্তা) 03:47, 17 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

জাঞমতী সম্পাদনা কৰক

'জাঞমতী'লৈ পুনৰ্নিদেশ কৰি থব পাৰি৷ কিন্তু জাঞমতী নামটোৰ গ্ৰহণযোগ্যতা প্ৰতিপন্ন কৰিবলৈ উপযুক্ত তথ্যসূত্ৰ দিব লাগিব৷ বাবুল বৈশ্য (talk) 03:31, 17 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

"জয়মতী কুঁৱৰী" পৃষ্ঠালৈ উভতি যাওক।