বাৰ্তা:জীৱবৈজ্ঞানিক বৰ্গীকৰণ

Latest comment: 4 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic নাম

নাম সম্পাদনা কৰক

একদশ শ্ৰেণীৰ জীৱবিজ্ঞান পাঠ্যপুথি অনুসৰি নামটো "জীৱৰ বৰ্গীকৰণ" হ'ব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 13:42, 18 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

হয়, ইংৱিকিতো Biological classification নামটো Taxonomy (biology)লৈ ৰিডাইৰেক্ট কৰা আছে। দিব্য দত্ত (বাৰ্তা) 14:13, 18 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
"জীৱবৈজ্ঞানিক বৰ্গীকৰণ" পৃষ্ঠালৈ উভতি যাওক।