প্ৰিয়ম, স্বাগতম, দৰঙৰ কলা-কষ্টিৰ অন্তৰ্গত বিষয় সমূহৰ বিষয়ে যদি বিস্তৃত ভাৱে লিখা তেন্তে ভাল হয় । যেনে ...ৰীতি-নীতি, ধৰ্মীয় অনুষ্ঠান আদি । লগতে তথ্যসুত্ৰও ৱিকি প্ৰবন্ধৰ লগত দিয়াটো বাধ্যতামূলক । আৰু কপিৰাইট আইন যাতে ভংগ নহয় তাৰ বাবে মন দিবা । ধন্যবাদ Madhabsaikia 14:14, 4 ফেব্ৰুৱাৰী 2012 (UTC)

একত্ৰীকৰণ সম্পাদনা কৰক

তাৰ ঠাইত ডিলিট কৰিলেও বেয়া নহয়। গীতাৰ্থ বৰদলৈ (talk) 19:39, 9 মাৰ্চ 2012 (UTC)

চালনীৰে চালিলে দুটামান শাৰী ৰাখিব পৰা যাব| কথাবোৰ দৰংলৈ নি এইটো বিলোপ কৰাই ভাল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:48, 9 মাৰ্চ 2012 (UTC)
দুটা শাৰী দৰং জিলালৈ নি লুকুৱাই থৈছোঁ। এতিয়া বিলোপনৰ বাবে প্ৰস্তুত। গীতাৰ্থ বৰদলৈ (talk)
বিলোপনৰ টেগটো লগাই দিয়া তেন্তে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:12, 9 মাৰ্চ 2012 (UTC)
"দৰঙৰ কলা-কৃষ্টি" পৃষ্ঠালৈ উভতি যাওক।