বাৰ্তা:নিৰুপমা বৰগোহাঞি

Latest comment: 6 বছৰৰ পূৰ্বে by Prankrishnab in topic লিংক

নাম সম্পাদনা কৰক

শুদ্ধ নাম "নিৰুপমা বৰগোহাঞি"। কিতাপৰ বেটুপাত ইয়াত চাব। — গীতাৰ্থ বৰদলৈ (talk) 08:57, 17 July 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

লিংক সম্পাদনা কৰক

লখিমপুৰ মহাবিদ্যালয়ৰ লিংক হিচাপে মই নৰ্থ লখিমপুৰ কলেজ দিছোঁ। লখিমপুৰত উত্তৰ লখিমপুৰ মহাবিদ্যালয়/নৰ্থ লখিমপুৰ মহাবিদ্যালয়/নৰ্থ লখিমপুৰ কলেজ একেখনেই, কিন্তু অকল লখিমপুৰ মহাবিদ্যালয় বুলি কওঁতেও ছাগে একেখনকেই বুজাইছে। নহ'লে আৰু তাত লখিমপুৰ বালিকা মহাবিদ্যালয়হে আছে। (+ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়) Prankrishnab (talk) 07:02, 19 July 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

"নিৰুপমা বৰগোহাঞি" পৃষ্ঠালৈ উভতি যাওক।