নাম সম্পাদনা কৰক

প্ৰবন্ধটোৰ নাম পঃৰাগ[1][2] হ'ব লাগে নেকি! দিব্য দত্ত (বাৰ্তা) 16:02, 7 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

ː@দিব্য দত্ত:, প্ৰবন্ধটো যিগৰাকী সম্পাদকে সৃষ্টি কৰিছিল, তেখেতে পঃৰাগ বুলিয়ে লিখিছিল। পিছত বেলেগে সম্পাদনা কৰি সেইটো পৰাগ কৰি দিলে। আপুনি দিয়া তথ্যসূত্ৰয়ো পঃৰাগহে যে শুদ্ধ ৰূপ, সেইটোকে প্ৰতীয়মান কৰিছে। এতেকে প্ৰবন্ধটোৰ শিৰোনাম পঃৰাগ কৰি দিয়া উচিত হ'ব। বাবুল বৈশ্য (talk) 16:49, 7 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

হয়, পৰাগ বুলিলে সাধাৰণতে ফুলৰ পৰাগ ৰেণুক বুজা যায়। দিব্য দত্ত (বাৰ্তা) 17:34, 7 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
  কৰা হ'ল পঃৰাগলৈ স্থানান্তৰিত কৰা হ'ল। --SlowPhoton (talk) 02:04, 8 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
"পঃৰাগ" পৃষ্ঠালৈ উভতি যাওক।