পাঞ্জাবীত নাজানো, কিন্তু হিন্দীত "ব" লিখা হয়। গতিকে আমিনো "পাঞ্জাৱ" কিয় লিখিম? -- গীতাৰ্থ বৰদলৈ (talk) 20:21, 14 মাৰ্চ 2012 (UTC)

ৱিকি গ্ৰুপত ভোট লওঁতে "পঞ্জাব" আৰু "পঞ্জাৱ"এ চাৰিতাকৈ ভোট পালে। আকৌ পঞ্জাবৰ সপক্ষে আছে "ਪੰਜਾਬ= পঞ্জাব" সমীকৰণটো। কিন্তু প্ৰবন্ধটোৰ শিৰোনামা আকৌ পাঞ্জাব কৰি পেলোৱা হ'ল যে? -- গীতাৰ্থ বৰদলৈ (talk) 19:41, 18 মাৰ্চ 2012 (UTC)

বিলোপন প্ৰত্যাহ্বান সম্পাদনা কৰক

এটা সৰু প্ৰৱন্ধ হ'ব পৰাকৈ তথ্য যোগ কৰা হ'ল। দিব্য দত্ত (বাৰ্তা) 11:17, 4 December 2015 (ইউ.টি.চি.)উত্তৰ দিয়ক

"পঞ্জাব, ভাৰত" পৃষ্ঠালৈ উভতি যাওক।