প্ৰবন্ধটোত পিয়লী ফুকন আৰু বৰুৱাক সনা পিটিকা কৰি পেলোৱা হৈছে। শুদ্ধ কৰিব লাগিব প্রভাকৰ শৰ্মা নেওগ (talk) 09:49, 26 July 2015 (UTC)

তাকে কথাটো কালি ময়ো মন কৰিছিলো৷ পিয়লি ফুকনৰ বিষয়ে খুঁচৰি চাই বিশেষ একো তথ্য নাপাই বাদ দিলো৷ কিতাপে-পত্ৰই থাকিলে যোগ দিলে ভাল হয়৷জলি বৰা (talk) 09:51, 26 July 2015 (UTC)
১৮৩০ চনত মৃত্যু হোৱা পিয়লি বৰুৱাই ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত কেনেকৈ অংশ গ্ৰহণ কৰিলে! দিব্য দত্ত (বাৰ্তা) 06:10, 13 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
"পিয়লি ফুকন" প্ৰবন্ধটো সৃষ্টি কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 09:33, 13 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

তথ্যসূত্ৰ সম্পাদনা কৰক

তথ্যসূত্ৰৰ লিংক এটা দি থলো। কোনোবাই প্ৰবন্ধটো বিকাশ কৰিব বিচাৰিলে ইয়াৰ সহায় লব পাৰে। http://www.assamtribune.com/scripts/detailsnew.asp?id=feb2618/state050 বাবুল বৈশ্য (talk) 13:01, 26 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

"পিয়লি বৰুৱা" পৃষ্ঠালৈ উভতি যাওক।