অসমীয়াত পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা বেলেগ। সম্পাদনা কৰক

অসমীয়াত পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা বেলেগ। ইয়াত দুয়োটাকেই এটাই বুজোৱা হৈছে। পূৰ্ণ সংখ্যা= whole Number অখণ্ড সংখ্যা = Integers

সংশোধন কৰাৰ প্ৰয়োজন আছে। ছাজিদুল ইছলাম (talk) 17:06, 6 February 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰবন্ধটো আচলতে অখণ্ড সংখ্যা বুলিয়ে হব লাগিছিল। সংজ্ঞা অখণ্ড সংখ্যাৰ আৰু ইংৰাজী linked প্ৰবন্ধতো integer হয়। প্ৰবন্ধকাৰ জনে চাগে প্ৰবন্ধটো সৃষ্টি কৰা সময়ত বাংলা আৰু হিন্দী প্ৰবন্ধ দুটাৰ সহায় লৈছিল আৰু তাতেই ভুল হল।-অজয় দাস (বাৰ্তা) 17:34, 6 February 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক
প্ৰবন্ধটো অখণ্ড সংখ্যালৈ পুনৰ্নিৰ্দেশ কৰা হ'ল, কিন্তু ইংৰাজী ৱিকিপিডিয়াত স্বাভাৱিক সংখ্যালৈ পুনৰ্নিৰ্দেশ কৰা হৈছে। দিব্য দত্ত (বাৰ্তা) 13:37, 7 February 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক
"পূৰ্ণ সংখ্যা" পৃষ্ঠালৈ উভতি যাওক।