বাৰ্তা:প্ৰতিদেহ

Latest comment: 3 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic নাম

নাম সম্পাদনা কৰক

উচ্চতৰ মাধ্যমিকৰ কিতাপত বোধকৰোঁ "প্ৰতিদেহ" বুলি আছে। — গীতাৰ্থ বৰদলৈ (talk) 17:33, 24 August 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া পৰিভাষা ৱেবছাইটত শব্দটো পাইছিলো, এতিয়া ছাইটটো বন্ধ হৈ আছে। দিব্য দত্ত (বাৰ্তা) 07:49, 27 August 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
"প্ৰতিদেহ" পৃষ্ঠালৈ উভতি যাওক।