বাৰ্তা:প্ৰমথেশ চন্দ্ৰ বৰুৱা

প্ৰমথেশ বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ সুপ্ৰসিদ্ধ ব্যক্তি কেনেকৈ হ'ব? তেখেতে বাংলা ছবিহে নিৰ্মাণ কৰিছিল। — গীতাৰ্থ বৰদলৈ (talk) 15:30, 4 নৱেম্বৰ 2012 (UTC)

এনেকৈ :) বিষ্ণু শইকীয়া 17:16, 4 নৱেম্বৰ 2012 (UTC)
এইটো ম‍ই চোৱাই নাছিলোঁ। তেতিয়াহ'লে "ইন্দ্ৰমালতী" দ্বিতীয় অসমীয়া কথাছবি কেনেকৈ হ'ল? — গীতাৰ্থ বৰদলৈ (talk) 17:47, 4 নৱেম্বৰ 2012 (UTC)
উদ্দীপদাৰ সৈতে আলোচনা কৰিবাচোন| বিষ্ণু শইকীয়া 18:31, 4 নৱেম্বৰ 2012 (UTC)
"প্ৰমথেশ চন্দ্ৰ বৰুৱা" পৃষ্ঠালৈ উভতি যাওক।