দ্বিজেন দা ৱাটাৰমাৰ্কটো আঁতৰাই ফটোখন আকৌ আপল'ড কৰিব নেকি? ৱাটাৰমাৰ্ক থাকিলে মিডিয়াৱিকি পুলিচে হাল্লা কৰিব পাৰে। গীতাৰ্থ বৰদলৈ 15:52, 18 ফেব্ৰুৱাৰী 2012 (UTC) গীতাৰ্থ, সেই খন আতৰ কেনেকৈ কৰে ?মানে পৃষ্ঠাৰ পৰা আতৰাব পাৰিম।কিন্তু গেলাৰীৰ পৰা কেনেকৈ আতৰাম সেই বিষয়ে অকনমান সিকাই দিবা নেকি ?

দ্বিজেন মহন্ত 18:11, 18 ফেব্ৰুৱাৰী 2012 (UTC)
গীতাৰ্থ, কামটো কৰিলো।কিন্তু নিখুত নহল।কাষত "Fill[[ " এনেকুৱা লিখাটো মচিব নোৱাৰিলো দেখোন।পাৰিলে ঠিক কৰি দিবা।
দ্বিজেন মহন্ত 18:42, 18 ফেব্ৰুৱাৰী 2012 (UTC)

সদস্যপৃষ্ঠালৈ স্থানান্তৰৰ প্ৰস্তাৱ সম্পাদনা কৰক

পৃষ্ঠাখন সম্পূৰ্ণ কৰাত এক দীঘলীয়া সময় অতিবাহিত হোৱাৰ পাছতো কাম আগ নবঢ়াৰ বাবে এই প্ৰস্তাৱ ৰাখিলো| প্ৰবন্ধটো সদস্যপৃষ্ঠাতেই সম্পাদনা কৰি শেষ হোৱাৰ পাছত মূল প্ৰবন্ধলৈ আনিবলৈ প্ৰস্তাৱ দিলো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:43, 17 আগষ্ট 2012 (UTC)

তাৰ আগতে দ্বিজেন দাক এবাৰ কৈ চাওক। — গীতাৰ্থ বৰদলৈ (talk) 19:09, 17 আগষ্ট 2012 (UTC)
কোৱা হৈছিল| তেখেতে প্ৰমোদ বৰুৱাই সাক্ষাতকাৰ দিবৰ বাবে সময় পোৱা নাই বুলি জনাইছিল মোক কেতিয়াবাই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:13, 17 আগষ্ট 2012 (UTC)
"প্ৰমোদ বৰুৱা" পৃষ্ঠালৈ উভতি যাওক।