অজ্ঞাত লেখকজনৰ প্ৰতি: অনুগ্ৰহ কৰি প্ৰবন্ধটোক এটা তথ্যপূৰ্ণ চুটি প্ৰবন্ধৰ ৰূপ দিয়ক। এনে অত্যাধিক চুটি প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াৰ বিশেষ উপকাৰ নহ'ব। লগতে একাউণ্ট এটাও সৃষ্টি কৰক। গীতাৰ্থ বৰদলৈ (talk) 16:33, 6 মাৰ্চ 2012 (UTC)

এই প্ৰবন্ধটোৰ কথাখিনি অতি নিম্নমানৰ হৈছে| ৱিকিপিডিয়াত এইটো ৰাখিব পাৰি জানো? খালী বা বিলোপ, কিবা এটা কৰিলে ভাল হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:41, 12 মাৰ্চ 2012 (UTC)
Note: This template should not be used on biographies of living persons. ‍‍— গীতাৰ্থ বৰদলৈ (talk)


স্থানান্তৰ সম্পাদনা কৰক

ইমান দিন পোখালি হৈয়ে থাকিল| লেখকৰ সদস্য পৃষ্ঠালৈ ঠেলি দিয়াৰ প্ৰস্তাৱ দিলো|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 19:29, 21 এপ্ৰিল 2012 (UTC)

"প্ৰাঞ্জল কাশ্যপ" পৃষ্ঠালৈ উভতি যাওক।