ইংৰাজীৰ বাদে অন্য ভাষাত বিবাহক কি বুলি কয় সেয়া দিয়াৰ প্ৰয়োজন নাই মোৰ বোধেৰে। আঞ্চলিক ভাষাৰ হিচাপেৰে চাবলৈ গ'লে প্ৰতিটো ভাষাৰ কথা দিব লাগিব, যিটো গ্ৰহণযোগ্য বুলি নাভাবো। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 08:14, 19 October 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

হয়, কোনো প্ৰয়োজন নাই। আহোম ভাষাৰ শব্দবোৰ ইচ্ছা কৰিলে ৱিক্সনেৰীত যোগ কৰিব পাৰে। দিব্য দত্ত (বাৰ্তা) 11:03, 19 October 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
"বিবাহ" পৃষ্ঠালৈ উভতি যাওক।