বাৰ্তা:বিশ্বকাপ ক্ৰিকেট ২০১৫

অন্য ভাষাৰ ৱিকিলৈ লিংক সম্পাদনা কৰক

প্ৰৱন্ধটোৰ বাওঁফালে বিশ্বকাপ ২০১৫ৰ অন্য ভাষাৰ ৱিকি পৃষ্ঠাসমূহলৈ দিয়া লিংকসমূহৰ English লিংকটোত ক্লিক কৰিলে 2015 Cricket World Cup পৃষ্ঠাটো নোলাই Joel Wilson (umpire) পৃষ্ঠাটোহে ওলায়। বাকী ভাষাসমূহৰ লিংক ঠিকেই আছে। অন্যহাতে বেলেগ ভাষাৰ পৃষ্ঠালৈ গৈ, উদাহৰণস্বৰূপে বাংলা ভাষাৰ বিশ্বকাপৰ পৃষ্ঠাটোত গৈ ইংৰাজী লিংকটোত ক্লিক কৰিলে ঠিকেই ওলায়। সমস্যাটো অকল মোৰেই হৈছেনে সকলোৱে একে দেখে চাবচোন। কোনোবাই ঠিক কৰি দিব পাৰিব নেকি? - Manjil Konwar (talk) 14:40, 15 মাৰ্চ 2015 (UTC)

ৱিকিডাটা লিংকত ইংৰাজী ৱিকিৰ লিংকটো ঠিকেই আছে চোন। কিবা অন্য সমস্যাহে হৈছে চাগে! https://www.wikidata.org/wiki/Q1139964#sitelinks-wikipedia দিব্য দত্ত (talk) 21:17, 15 মাৰ্চ 2015 (UTC)
ৱিকিডাটাত থিকেই আছে, বেলেগ ভাষাৰ ৱিকিসমূহলৈ গৈ ইংৰাজীটো খুলিলেও থিকেই খোলে, কিন্তু অসমীয়াখনৰ পৰা ইংৰাজীখন খুলিলেহে দিগদাৰ হয়, কালি বিচাৰিব নোৱাৰিলোঁ বহুত দেৰি চালোঁ, আজি আকৌ এবাৰ চাম দীপাংকৰ চেতিয়া? 08:21, 16 মাৰ্চ 2015 (UTC)
Solved: পালো, দুই জেগাত ইংৰাজী ৱিকিৰ লিংকবোৰত :en: ঠাইত en: হৈ আছিল :en: -> direct link, en:-> interwiki link দীপাংকৰ চেতিয়া? 08:45, 16 মাৰ্চ 2015 (UTC)
"বিশ্বকাপ ক্ৰিকেট ২০১৫" পৃষ্ঠালৈ উভতি যাওক।