বাৰ্তা:বৃন্দাবনী বস্ত্ৰ
'বৃন্দাৱনী' নে 'বৃন্দাবনী'? — গীতাৰ্থ বৰদলৈ (talk) 16:18, 22 নৱেম্বৰ 2013 (UTC)
- 'বৃন্দাৱনী' এ হ'ব লাগে। মই আন এটা প্ৰৱন্ধত থকা ৰঙা লিংকৰ পৰা পোনে পোনে লিখিছো।জ্যোতি প্ৰকাশ নাথ (talk) 17:38, 22 নৱেম্বৰ 2013 (UTC)
- ৰঙা লিংকটোত ভুলকৈও লিখা থাকিব পাৰে! 'বৃন্দাবন' শব্দটো শুদ্ধ, সেই হিচাপে 'বৃন্দাবনী' হ'ব লাগে। (http://www.xahitya.org/2012/01/17/vrindavani/) — গীতাৰ্থ বৰদলৈ (talk) 19:58, 22 নৱেম্বৰ 2013 (UTC)
- শব্দ.অৰ্গ-তো বৃন্দাবন হিচাপেই দেখা পাইছো। সেয়ে বৃন্দাবনী হে শুদ্ধ হ'ব। প্ৰণৱ জ্যোতি ভূঞা (talk) 07:42, 23 নৱেম্বৰ 2013 (UTC)
- ঠিক আছে তেন্তে স্থানান্তৰ কৰি দিও। জ্যোতি প্ৰকাশ নাথ (talk) 06:30, 24 নৱেম্বৰ 2013 (UTC)
বৃন্দাবনী বস্ত্ৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন বৃন্দাবনী বস্ত্ৰক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।