বিলোপন প্ৰত্যাহ্বান সম্পাদনা কৰক

প্ৰৱন্ধটোত সন্নিবিষ্ট আটাইবোৰ কথা বাস্তৱ আৰু মৌলিক গতিকে এইটো ৱিকিপিডিয়াত থাকিলে ভাল হ'ব। এইটো ডিলিট কৰাৰ কোনো প্ৰয়োজন নাই। 'মাছা 10:42, 10 October 2019 (ইউ.টি.চি.)'

চেনিমাৰী গাঁৱৰ বিশিষ্ট ব্যক্তিসকলৰ চমু জীৱনী সম্পাদনা কৰক

এই পৃষ্ঠাখনৰ জৰিয়তে মই আমাৰ গাঁৱৰ সমাজ কৰ্মীসকল আৰু বিভিন্ন ক্ষেত্ৰত চাকৰি কৰা লোকসকলল চমু জীৱনীমূলক প্ৰৱন্ধ লিখিম। আশাকৰোঁ ইয়াত কোনেও প্ৰতিক্ৰিয়া নকৰিব। আৰু মই উপলব্ধ তথ্যৰ ভিত্তিত লিখিম কাৰো ধনাত্মক দিশ নিলিখো বা কাৰো পক্ষপাতিত্ব নকৰোঁ। Md Abu Shama Alam (talk) 17:24, 13 November 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

"মহ: আবু শ্বামা আলমৰ চমু জীৱনী" পৃষ্ঠালৈ উভতি যাওক।