শেহতীয়া সম্পাদনা সম্পৰ্কে সম্পাদনা কৰক

আপোনাৰ অসমীয়া ৱিকিৰ প্ৰতি আগ্ৰহৰ বাবে ধন্যবাদ৷ কিন্তু আপুনি শেহতীয়াকৈ সৃষ্টি কৰা প্ৰবন্ধ যেনে মহ: আবু শ্বামা আলমৰ চমু জীৱনী আৰু নছিৰন নেছা ৱিকিপিডিয়াৰ বাবে উপযোগী নহয়৷ ইয়াৰ কাৰণসমূহ চাবলৈ এই লিংকত গৈ ’এৰাই চলিবলগীয়া কথা’খিনি এবাৰ পঢ়ি চাবচোন৷ তাৰোপৰি চেনিমাৰী প্ৰবন্ধটো ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ নকৰিলে উপৰোক্ত প্ৰবন্ধকেইটাৰ লগতে আঁতৰাই দিয়া হ’ব পাৰে৷ অৱশ্যে আপোনাৰ নিজৰ বা পৰিয়ালৰ বিষয়ে আপুনি নিজৰ সদস্য পৃষ্ঠাত লিখিব পাৰে৷ প্ৰবন্ধ সৃষ্টিত কিবা সহায়ৰ দৰকাৰ হ’লে আলোচনা পৃষ্ঠাতে জনাব পাৰে -জলি বৰা (talk) 19:07, 12 November 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

ছবি আপল'ড সম্পাদনা কৰক

অনুগ্ৰহ কৰি নিজে তোলা বা মুকলিকৈ ব্যৱহাৰ কৰিব পৰা ছবি ৱিকিমিডিয়া কমন্সত (http://commons.wikimedia.org/) আপল'ড কৰিব। তাত অনুজ্ঞাপত্ৰ CCA-SA বুলি বাছনি কৰিব। তাত আপল'ড কৰিলে ইংৰাজী ৱিকিপিডিয়াকে ধৰি সকলো প্ৰকল্পতে ছবিখন ব্যৱহাৰ কৰিব পাৰিব। কমন্সত আপল'ড কৰাত বাধা থাকিলেহে ইয়াত ছবি আপল'ড কৰা হয়। — গীতাৰ্থ বৰদলৈ (talk) 14:30, 9 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক