মহ: আবু শ্বামা আলম আৰু মোৰ আত্মজীৱনী খনৰ নাম আত্মকথন

ভূমিকা:

মই এজন বৰ শান্ত শিষ্ট স্বভাৱৰ ল'ৰা নহ'লেও মই কদাপি কোলাহল ভাল নাপাও। হকলোৰে লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰোঁ। অৱশ্যে মই সেইবোৰ মানুহৰ লগতে মিলিবলৈ চেষ্টা কৰোঁ যিসকলৰ কোনোবা এটা দিশে মোক আকৃষ্ট কৰে। আন কিছুমান মানুহ যিসকলৰ লগত মই কেতিয়াও মিলিবলৈ প্ৰয়াস নকৰো যিসকলৰ কোনো এটা দিশোমোৰ পছন্দ নহয় বা যিসকলক মোৰ এনেও ভাল নালাগে। অৱশ্যে মোৰ দ্বাৰা এই দ্বিতীয় চামৰ লোকসকলৰ কোনো ক্ষতি নহয়। মই সিমীত বন্ধু বান্ধবৰ সৈতে মিলা মিছা কৰোঁ আৰু নতুনকৈ সহজতে কাৰো লগত মোৰ বন্ধুত্ব নহয় যেতিয়ালৈকে মই মানুহজনক ভালধৰে চিনি নাপাও।

জন্ম বিবৰণ:

সৰু কালত আইতাৰ মুখত শুনিছোঁ মই সৰু অৱস্থাত কেনেধৰণৰ আছিলোঁ। কেতিয়াবা মোৰ মাতৃ নছিৰন নেছাৰ ওচৰত বহু কথা শুনিছো যিবোৰ শুনি কেতিয়াবা দুখ লাগিছিল আৰু

বংশ পৰিচয়:

মই আলী বংশৰ সন্তান। দেউতাকৰ নাম মিয়াচান আলী আৰু মাকৰ নাম নছিৰন নেছা। ককাকৰ নাম চোৰহাব আলী আৰু আজোককাৰ নাম সুনা উল্লা হাজী। সুনা উল্লা হাজী এজন জমিদাৰ প্ৰকৃতিৰ মানুহ আছিল আৰু বিৰাট মাটি সম্পত্তিৰ অধিকাৰী আছিল। শুনা মতে তেওঁ বৰ সৎ আছিল আৰু ধৰ্মভীৰু আছিল। তেখেতে মক্কাৰ পৰা হজ আদায় কৰি অহাৰ পিছৰ পৰাই হাজী হিচাপে গাঁওবাসীৰ মাজত পৰিচিত হৈ পৰে। তেখেতে ঘোঁৰাৰ পিঠিত উঠি যাতায়ত কৰিছিল আৰু নিজৰ মাটিৰ এটা সীমাৰ পৰা আন এটা সীমালৈ যাওতে ঘোঁৰাৰ পিঠিত উঠি বিচৰন কৰিছিল।

আলী বংশৰ কিছুমান মানুহে নিজৰ উপাধী হিচাপে আলী শব্দৰ সলনি মিয়া বা মিঞা শব্দ ব্যৱহাৰ কৰা দেখা যায়। আকৌ কিছুমান লোকে মিঞা বা আলীৰ সলনি আলম শব্দও লিখা দেখা যায়।

ছোৱালীসকলৰ ভিতৰত কিছুমানে নামৰ শেষত আহমেদ বা বেগম শব্দ ব্যৱহাৰ কৰা দেখা যায়।

ল'ৰালি কাল:

সৰু কালত তেওঁ তাৰ বেছিভাগ সময় নিজৰ বাইদেউ আৰু ভাইটি তফজেল আলমৰ লগত খেলাধুলা কৰি কটাইছিল। অৱশ্যে তেওঁৰ আন কিছুমান বন্ধুও

আন আন।


প্ৰাথমিক শিক্ষা:

ঘৰৰ পৰা বিদ্যালয় বহু দূৰত থকা বাবে ঘৰতে নিজ পিতৃৰ তত্তাৱধানত পঢ়িবলৈ লয়। যেতিয়া অ ফলা খন শিকাৰ পাছত ঘৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগত অৱস্থিত ২০০১ নং নিজ মালিপাৰাপ্ৰাথমিক বিদ্যালয়ত নাম লগাই দিয়ে। কিন্তু তেখেতৰ সৰু কালত লিখা পঢ়আৰ প্ৰতি বিশেষ মন নাছিল আৰু খেলা ধুলা কৰিয়এ সময় নষ্ট কৰিছিল। কেতিয়াবা স্কুলত অহাৰ কথা কৈ খুৰাৰ লৰা আয়নাল আৰু আজাহাৰৰ লগত বাটতে খেলা ধুলা কৰি আবেলি ঘৰত গৈছিল। দেউতাকে পঢ়িবলৈ কলে ওপৰৰ পনে চাই থাকিছিল আৰু গোপনে কিতাপ চিঙি পেলাইছিল নাইবা লুকাই থৈছিল। পিছলৈ দেউতাকৰ অশেষ চেষ্টাৰ ফলত তেওঁ পঢ়আত মনোনিৱেশন কৰে আৰু ২০০০ চনত এইখন স্কুলৰ পৰা চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা উত্তীৰ্ণ হয়।

মাধ্যমিক শিক্ষা:

২০০০ চনত নঈম উদ্দিন ছোৱালী এম ই মাদ্ৰাছাত ভৰ্তী হয় আৰু মনোযোগ সহকাৰে অধ্যয়ন কৰিবলৈ ধৰে । এম ই স্কুলত ভৰ্ত্তি হোৱাৰ পিছত তেওঁ পঢ়াৰ গুৰুত্ব বুজি উঠিছিল আৰু শ্ৰেণীৰ ভিতৰত সকলোতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ফলত সকলো শিক্ষকে তেওঁক মৰম কৰিছিল যাৰ ফলত তেওঁৰ উৎসা আৰু বৃদ্ধি পাইছিল। বিভিন্ন অভাৱৰ মাজেৰে তাৰ ছাত্ৰ জীৱন পাৰ হৈ আছিল । এইখন স্কুলত পঢ়ি থকা সময়ত এইখন স্কুলৰে এগৰাকী শিক্ষক নাজিম উদ্দিন দেৱানে এবাৰ তেওঁৰ পৰীক্ষাৰ মাচুল ভৰি দিছিল। তিনিটা বছৰ পিছত ২০০৩ চনত এইখন স্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু চেনিমাৰী আজাদ মেমোৰীয়েল হাই স্কুলত অষ্টম শ্ৰেণীত নামভৰ্তি কৰে। হাইস্কুলৰ শিক্ষা জীৱন তেওৰ বাবে বৰ আমোদজনক আছিল । য'ত তেওঁ কেইজনমান নতুন বন্ধু বিচাৰি পায়। ৰেকিব, তুমেজ, ইকৰাম, salma etc.

২০০৬ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ গণিত বিষয়ত ৯২ শতাংশ নম্বৰ লৈ প্ৰথম বিভাগত উৰ্ত্তীণ হয়।

কলেজীয়া শিক্ষা:

have to write...

  1. তেওঁৰ লৰালিকাল আছিল অতি আমোদজনক আৰু বৈশিষ্ট্যপূৰ্ণ। সৰু কালত তেওঁ তাৰ বেছিভাগ সময় নিজৰ বাইদেউ আৰু ভাইটি তফজেল আলমৰ লগত খেলাধুলা কৰি কটাইছিল। তেওঁৰ সৰু কালৰ কিছুমান খেলৰলগৰী
  2. হ'ল আবুল আলী , তাৰ খুৰাকৰ ল'ৰা আয়নাল আলী আৰু আজহাৰ আলী, পেহীয়েকৰ ল'ৰা ইলিম দেৱান