যাৰ ওপৰত লিখা হৈছে তেওঁলোকৰে নিজা ৱেবছাইট তথ্যসূত্ৰ হিচাপে দিয়াটো উচিত নহয়। আকৌ তথ্যসূত্ৰ উল্লেখ নকৰাকৈ "প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে" জাতীয় উচ্ছাসিত মন্তব্য দিব নাপায়। — গীতাৰ্থ বৰদলৈ (talk) 09:35, 28 মাৰ্চ 2012 (UTC)

এই লিংকটোত অলপ তথ্য পাব৷ সলনি কৰি দিলে ভাল হ'ব http://onlinesivasagar.com/media/maya.html Anjal Borah (talk) 10:03, 28 মাৰ্চ 2012 (UTC)
কিছুমান বস্তুনিষ্ঠ তথ্য যেনে প্ৰকাশকৰ নাম, বৰ্তমান সম্পাদক. প্ৰকাশকৰ ঠিকনা আদিও দিব নোৱাৰি নেকি? মই অকল এনেকুৱা ক্ষেত্ৰতহে ইনলাইন ৰেফাৰেন্স হিচাপে আলোচনীখনলৈ লিংক দিছিলো। কাৰণ এইখিনি বস্তুনিষ্ঠ তথ্য আৰু তাৰবাবে আলোচনীখনেই আটাইতকৈ শুদ্ধ উৎস হ'ব। অৱশ্যে বিজ্ঞাপন যেন লগা বৰ্ণনা ৱেবছাইটত থাকিলেও দিব পৰা নেযাব। মই ইংৰাজীৰ Daily Mirror, Google আদি প্ৰৱন্ধ পৰীক্ষা কৰি চালো। তাত এনেকুৱা বস্তুনিষ্ঠ তথ্যৰ উৎস হিচাপে ৱেবছাইটটোকে ব্যৱহাৰ কৰিছে। এই প্ৰৱন্ধত উল্লেখিত ৱেবছাইটটো আচলতে মায়াৰ ৱেবছাইট নহয়, তাত মায়াখন পঢ়িবহে পাৰি। গতিকে আলোচনীখনৰ পৰা তথ্য উল্লেখ কৰা আৰু maya.kitap.co.in-ৰ মাৰ্চ সংখ্যাটো উল্লেখ কৰা একেই কথা হ'ব যেন লাগিছে।onlineshivsagar লিংকৰ কথাখিনি পুৰণি যেন লাগিছে। নতুন খনৰ লগত সম্পদাক ইত্যাদি নিমিলে।উদ্দীপতালুকদাৰ (talk) 15:20, 28 মাৰ্চ 2012 (UTC)
"মায়া (আলোচনী)" পৃষ্ঠালৈ উভতি যাওক।