বাৰ্তা:মী এণ্ড মাই ছিষ্টাৰ
"মী এণ্ড মাই ছিষ্টাৰ" নামৰ সদ্যহতে আমি জনা অন্য একো বস্তু নাই বাবে বন্ধনীটো নিদিলেও হ'ব চাগে। — গীতাৰ্থ বৰদলৈ (talk) 15:00, 15 জানুৱাৰী 2013 (UTC)
হয়, কিন্তু এতিয়া কেনেকৈ আঁতৰাওঁ? Manjil Konwar (talk) 12:31, 16 জানুৱাৰী 2013 (UTC)
- সেইটো কৰিবলৈ হলে 'মী এণ্ড মাই ছিষ্টাৰ' বুলি পৃষ্ঠা এটা সৃষ্টি কৰি তালৈ ৰিডাইৰেক্ট কৰিব লাগিব। অৱশ্যে তেনে নকৰি আগৰ দৰে ৰাখিলেও বৰ বেয়া নহয় নেকি?- বাবুল বৈশ্য 15:50, 16 জানুৱাৰী 2013 (UTC)
- চিধাচিধি স্থানান্তৰ কৰি দিলেই হ'ল। আগৰ শিৰোনামটোৰ পৰা ৰিডিৰেক্ট নিজে নিজে আহি যাব।— গীতাৰ্থ বৰদলৈ (talk) 15:54, 16 জানুৱাৰী 2013 (UTC)
মী এণ্ড মাই ছিষ্টাৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন মী এণ্ড মাই ছিষ্টাৰক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।